Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
চৰাইদেউ জিলাত ভয়াবহ বান, নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্ত ৰাইজ
3 weeks ago
ডিব্ৰুগড় : সোমবাৰেও চৰাইদেউ জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি । বৰষুণৰ পৰিমাণ কমিছে যদিও বানৰ ভয়াবহতা কমা নাই । ফলত টালি টোপোলা বান্ধি বানাক্ৰান্ত ৰাইজে নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । জিলাখনৰ ক্ৰমে বেকাঁদংল, টিঙালীবাম, সাপেখাতী, খামলুং, ৰাইদঙীয়া ন-কছাৰী, নাফুক, নাফুক চাহ বাগিছা, দৈচলং, টিয়কহাবি, টিঙালীবাম বাগিছা, ৰংচোৱাল, চাউৰংগাবাম, অভয়পুৰ, চাফ্ৰাই আদি বিস্তীৰ্ণ এলেকা বানত প্লাৱিত হৈছে ৷ইফালে চৰাইদেউ জিলাৰ সদৰ সোণাৰি চহৰ প্ৰথমবাৰলৈ বানৰ কৱলত পৰিছে । জিলাখনৰ প্ৰায় সমূহ পথ, উপপথ পানীয়ে বুৰাই পেলোৱাত জিলাখনত যাতায়ত সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিল। জিলা প্ৰশাসনে বানাক্ৰান্তৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে যদিও বহু লোক পানীৰ মাজতে আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে । বানাক্ৰান্তৰ বাবে হেল্প লাইন নম্বৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে।চৰাইদেউ জিলাখনৰ বান পৰিস্থিতিক লৈ জিলা আয়ুক্ত নেহা যাদৱে কয় যে, তিনিটাকৈ উদ্ধাৰকাৰী দলে দেওবাৰৰ পৰা কাম কৰি আছে। টাউকাক নদীৰ পানী বৃদ্ধি পোৱাত সোণাৰি চহৰখন পানীয়ে বুৰাই পেলাইছে । ডিব্ৰুগড়, তিনিচুকীয়া আৰু লক্ষীমপুৰ জিলাৰ পৰা উদ্ধাৰ কাৰ্যৰ বাবে উদ্ধাৰকাৰী দল আহিছে।লগতে পঢ়ক : শিৱসাগৰ হৈ পৰিল মহাসাগৰ: ৫০ বছৰে নেদেখা বানে নিশাটোতে ঢাঁহি-মুহি নিলে সকলো
Category
🗞
News
Transcript
Display full video transcript
00:00
I
00:36
Oh
01:00
For more information, visit www.fema.gov
Show less
Comments
Add your comment
Recommended
4:02
|
Up next
মৰিগাঁও আৰক্ষীৰ জালত ১২ চাইবাৰ অপৰাধী, বৃহৎ পৰিমাণৰ নগদ ধন জব্দ
ETVBHARAT
6 days ago
1:44
বনকৰ্মী-যুৱকৰ মাৰপিট, কচুৱাত তীব্ৰ উত্তেজনা
ETVBHARAT
1 week ago
0:54
সাগৰৰ পাৰত বালিৰে ১০০ খন ৰথ নিৰ্মাণ কৰিলে বলুকা শিল্পী সুদৰ্শন পাটনায়কে
ETVBHARAT
3 weeks ago
0:57
নগাঁৱৰ কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ
ETVBHARAT
4 weeks ago
2:21
কলিয়াবৰত উপদ্ৰৱ চলাই কুঁৱাত পৰিল বনৰীয়া হাতী
ETVBHARAT
4 weeks ago
1:39
তিতাবৰত নৃশংস হত্যাকাণ্ড, আৰক্ষীৰ জালত হত্যাকাৰী কুশ
ETVBHARAT
4 weeks ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
4 weeks ago
0:55
বহিঃৰাজ্য়ৰ পৰা যুৱকৰ মৃতদেহ আনিবলৈ হাতত নাই ধন, মুখ্য়মন্ত্ৰীক সহায়ৰ আহ্বান
ETVBHARAT
4 weeks ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
5 weeks ago
1:50
ঘটি-লোতাসহ ধৰা পৰিল পাঁচ গভাইত চোৰ, বৃহৎ পৰিমাণৰ কাঁহ-পিতলৰ সামগ্ৰী জব্দ
ETVBHARAT
5 weeks ago
3:00
মৃত্যু নে হত্যা ! গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু
ETVBHARAT
6 weeks ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
7 weeks ago
1:48
এচাৰিৰ আগত শিক্ষা, দুই ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ শিক্ষাকৰ
ETVBHARAT
7 weeks ago
2:45
ৰাজ মিস্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ঘৰ বনোৱাত ব্যস্ত এজাক মহিলা
ETVBHARAT
7 weeks ago
2:06
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে উজলিল মাজুলীৰ জ্যোতিস্মান দত্ত
ETVBHARAT
2 months ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
2 months ago
1:51
ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল অবধ আছাম এক্সপ্ৰেছ ৰে'লৰ যাত্ৰী
ETVBHARAT
3 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
3 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
4 months ago
1:42
শিলচৰৰ ২৯ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
ETVBHARAT
4 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
4 months ago
4:48
নলবাৰী জিলাৰ ৬ লক্ষাধিক ভোটাৰৰ বাবে ৮২৫ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া
ETVBHARAT
4 months ago
4:11
মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ প্ৰাৰ্থী জগদীশ মদাহীৰ, মনোনয়ন দাখিল কৰিলে নৱ কুমাৰ শৰণীয়াইও
ETVBHARAT
5 months ago
3:23
অসমৰ খিলঞ্জীয়াক আগ্ৰাসনৰ পৰা সুৰক্ষা, সৰ্বাংগীন বিকাশ আমাৰ লক্ষ্য : জয়ন্ত মল্লবৰুৱা
ETVBHARAT
5 months ago
0:58
ભાવનગર: 1 કરોડથી વધુના દારૂ પર ફર્યું બુલડોઝર, ત્રણ પોલીસ સ્ટેશનના 33 ગુનાના દારૂના જથ્થાનો નાશ
ETVBHARAT
17 minutes ago
Comments