Skip to playerSkip to main content
  • 2 days ago
যোৰহাট : এটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবে দুই ছাত্ৰক গুৰুলা গুৰুলকৈ শিক্ষকে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনা অনুসৰি, তিতাবৰৰ পিএম শ্ৰী শংকৰদেৱ মধ্য ইংৰাজী বিদ্যালয়ত প্ৰশ্নৰ উত্তৰ দিব নোৱাৰাৰ বাবে শিক্ষকে দুই ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে। নিৰ্দয়ভাবে দুই ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে বিদ্যালয়খনৰ শিক্ষক গৌতম কৌশিক বৰাৰ বিৰুদ্ধে ৷স্থানীয় কেইবাটাও দল-সংগঠন একত্ৰিত হৈ অভিযুক্ত শিক্ষকক গৌতম কৌশিক বৰাৰ বিৰুদ্ধে তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । অভিযুক্ত শিক্ষকগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ভুক্তভোগী দুই ছাত্ৰ পৰিয়ালৰ লগতে দল-সংগঠনে । ইফালে দুয়ো ছাত্রৰ দেহত শিক্ষক জনে প্ৰহাৰ কৰা চিন স্পষ্ট হৈ আছে ৷ ইফালে দুয়ো ছাত্ৰক চিকিৎসালয়ত ভৰ্তি কৰাই শিক্ষক জনে উক্ত স্থানৰ পৰা পলায়ন কৰে ।লগতে পঢ়ক :আৰক্ষীৰ জালত অৰুণাচলৰ এণ্টি ড্ৰাগ ৱাৰিয়ৰৰ সভাপতি গোমিন মিজে

Category

🗞
News
Transcript
00:00I am from PMC Sankar Bidda MI School.
00:05We are in the second grade of the school,
00:09and we are now in the second grade.
00:15We are now in the second grade.
00:19We are still in the second grade.
00:22We are still in the third grade.
00:24We are now in the third grade.
00:54Thank you very much.
01:25Thank you very much.
01:28Thank you very much.
Comments

Recommended