Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী
2 months ago
মৰিগাঁও: বুধবাৰে মৰিগাঁও আৰক্ষীয়ে মৰিগাঁও কল্যাণপুৰ অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলায় ৷ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ধৃত সৰবহাৰকাৰীটো মৰিমুছলিম গাঁৱৰ নিৱাসী ৰেকিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে । সৰবৰাহকাৰী ৰেকিবুৰৰ পৰা ৪৫টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ, নগদ ধন আৰু মোবাইল জব্দ কৰিছে আৰক্ষীয়ে ।ড্ৰাগছ সৰবৰাহকাৰী ৰেকিবুৰে অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায়ী কৰি থকাৰ অভিযোগ উত্থাপন হৈছে ৷ আৰক্ষীৰ তথ্য অনুসৰি, ৰেকিবুৰক পূৰ্বেও নিচাজাতীয় সামগ্ৰী সৰবৰাহ আৰু বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল । কিন্তু তিনিবাৰকৈ কাৰাবন্দী হৈ জামিনত ওলাই আহি পুনৰ এই সমাজবিৰোধী কাৰ্যত জৰিত হৈ পৰিছিল ৰেকিবুৰ ।বৰ্তমান মৰিগাঁও সদৰ আৰক্ষীয়ে ধৃত ৰেকিবুৰ ৰহমানক সোধা-পোছা অব্যাহত ৰাখিছে । এই ড্ৰাগছৰ চক্ৰটোৰ সৈতে আন কোন কোন জৰিত আছে আৰু এই নিচাজাতীয় সামগ্ৰীখিনি ক’ৰ পৰা সৰবৰাহ কৰা হৈছিল, সেই সম্পৰ্কে আৰক্ষীয়ে তদন্ত চলাই আছে ।লগতে পঢ়ক:চাপৰিৰ ৯০ বিঘা ভূমিত মাকৈ খেতিৰে আত্মনিৰ্ভৰশীলতাৰ চেষ্টা মাজুলীৰ এদল যুৱকৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you very much.
Show less
Comments
Add your comment
Recommended
2:37
|
Up next
টিএমপিকেৰ বাৰ্ষিক অধিৱেশনৰ সমাপ্তি: গঠন ১০১ জনীয়া নতুন সমিতি
ETVBHARAT
3 weeks ago
1:11
স্কেটিং খেলেৰে অসমৰ কণ কণ শিশুক বিশ্ব দৰবাৰলৈ নিয়াৰ ব্যতিক্ৰমী প্ৰচেষ্টা
ETVBHARAT
3 weeks ago
1:39
তিতাবৰত নৃশংস হত্যাকাণ্ড, আৰক্ষীৰ জালত হত্যাকাৰী কুশ
ETVBHARAT
4 weeks ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
4 weeks ago
2:53
কেন্দ্ৰই ব্ৰহ্মপুত্ৰৰ খহনীয়া বুজি নাপায়: ৰকিবুল হুছেইন
ETVBHARAT
5 weeks ago
6:10
నేచురల్ ఫార్మింగ్తో అద్భుతాలు - 'ఆహారపు అడవి'నే సృష్టించిన రైతన్న
ETVBHARAT
2 hours ago
2:51
सावधान! अररिया में बवंडर से उड़ी घरों की छतें, पूरे बिहार में बारिश का अलर्ट
ETVBHARAT
2 hours ago
1:51
અરવલ્લીના આમોદરામાં હુમલા બાદ દિવ્યાંગનું વ્યક્તિનું મોત, પોલીસે 2 આરોપીની કરી ધરપકડ
ETVBHARAT
2 hours ago
1:50
মৰিগাঁও মহাবিদ্যালয়ত 'বিকশিত ভাৰত যুৱ নেতৃত্ব সংবাদ' শীৰ্ষক আলোচনা চক্ৰ
ETVBHARAT
6 weeks ago
1:41
বহিঃৰাজ্যত মৃত্যু গোলাঘাটৰ যুৱক, অসহায় পিতৃ-মাতৃৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰী-বিধায়কলৈ...
ETVBHARAT
6 weeks ago
2:32
জোনাই মিচিং কৃষ্টি ভৱনত ১ জুলাইৰ পৰা টিএমপিকেৰ ১৭ সংখ্যক কেন্দ্ৰীয় অধিৱেশন
ETVBHARAT
6 weeks ago
2:17
জোনাইৰ বনবিভাগৰ সফলতা, উদ্ধাৰ দুডাল বিষাক্ত সাপ
ETVBHARAT
7 weeks ago
2:16
বিশ্বনাথত অভিভাৱক মন্ত্ৰী ৰণোজ পেগু, সম্ভাৱ্য বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা মন্ত্ৰীগৰাকীৰ
ETVBHARAT
7 weeks ago
1:51
ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল অবধ আছাম এক্সপ্ৰেছ ৰে'লৰ যাত্ৰী
ETVBHARAT
2 months ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
3 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
3 months ago
1:37
উজলিছে মৰিগাঁৱৰ চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতন
ETVBHARAT
3 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
3 months ago
2:34
পাগলাদিয়া নৈত গা ধুবলৈ গৈ ভাতৃ-ভগ্নীসহ তিনিগৰাকীৰ মৃত্যু
ETVBHARAT
3 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
4 months ago
4:45
পৰম্পৰাগত ৰীতি-নীতিৰে ৰঙানদীত গৰু নোৱাই ধুৱাই আনন্দত মতলীয়া ৰাইজ
ETVBHARAT
4 months ago
2:51
যোৰহাটত ভয়াৱহ অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত
ETVBHARAT
4 months ago
3:23
অসমৰ খিলঞ্জীয়াক আগ্ৰাসনৰ পৰা সুৰক্ষা, সৰ্বাংগীন বিকাশ আমাৰ লক্ষ্য : জয়ন্ত মল্লবৰুৱা
ETVBHARAT
4 months ago
4:56
মাজুলীৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৰ মনোনয়ন দাখিল
ETVBHARAT
4 months ago
6:07
বিধ্বস্ত যাতায়াত ব্যৱস্থাই যমৰ যাতনা ভোগাইছে জোনাইবাসীক
ETVBHARAT
4 months ago
Comments