Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
মাজুলীৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৰ মনোনয়ন দাখিল
4 months ago
মাজুলী : বিশাল সমদল আৰু হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মাজুলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৱে মনোনয়ন দাখিল কৰে । মনোনয়ন পত্ৰ দাখিল কৰিয়ে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মাজুলীৰ সকলো ক্ষেত্ৰৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে ।তেওঁ কয়, "পোনপ্ৰথমে মোৰ দলৰ কৰ্মীসকল তথা মাজুলীৰ ৰাইজে মোক যি মৰম আৰু আশীৰ্বাদ দিছে তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো । মাজুলীৰ প্ৰকৃত সমস্যাসমূহ সমাধান কৰাৰ ইচ্ছাৰেই ৰাইজৰ কাষলৈ যাম ।" তেওঁ অভিযোগ কৰে যে চৰকাৰে জিঅ' বেগ বা স্পাৰ দিছে যদিও মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ স্থায়ী আৰু ফলপ্ৰসূ কাম আজিলৈ হোৱা নাই ।কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৱে দাবী কৰা মতে বিশুদ্ধ খোৱাপানীৰ অভাৱ, জিলা চিকিৎসালয়ত চিকিৎসকৰ নাটনি আৰু জৰাজীৰ্ণ পথ-দলঙৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহক মূল নিৰ্বাচনী ইছ্যু হিচাপে লৈয়েই তেওঁ ৰাইজৰ কাষ চাপিছে ।লগতে পঢ়ক : নৱমবাৰৰ বাবে জ্যেষ্ঠ ৰাজনীতিবিদ চন্দ্ৰমোহন পাটোৱাৰীৰ মনোনয়ন দাখিল
Category
🗞
News
Transcript
Display full video transcript
00:02
...
00:02
...
00:03
...
00:18
Thank you very much.
00:58
Thank you very much.
Show less
Comments
Add your comment
Recommended
2:17
|
Up next
৩০ দিনৰ ভিতৰত কৃষকে পাব ক্ষতিপূৰণ, কৃষিমন্ত্ৰীৰ ডাঙৰ ঘোষণা
ETVBHARAT
2 days ago
1:49
বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, নগদ ১৪ লাখ টকা জব্দ
ETVBHARAT
6 days ago
0:54
সাগৰৰ পাৰত বালিৰে ১০০ খন ৰথ নিৰ্মাণ কৰিলে বলুকা শিল্পী সুদৰ্শন পাটনায়কে
ETVBHARAT
1 week ago
0:57
নগাঁৱৰ কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ
ETVBHARAT
2 weeks ago
2:21
কলিয়াবৰত উপদ্ৰৱ চলাই কুঁৱাত পৰিল বনৰীয়া হাতী
ETVBHARAT
2 weeks ago
0:27
न्यू डेल्ही ट्रेडर्स एसोसिएशन के आवाह्न का दिखा असर, शाम में दुकान बंद होने से कनॉट प्लेस पर पसरा सन्नाटा
ETVBHARAT
5 hours ago
3:51
ପଞ୍ଚାୟତ ପୂର୍ବରୁ OBC ସଂରକ୍ଷଣ ରାଜନୀତି: ସାମାଜିକ ନ୍ୟାୟ ନା ଭୋଟ୍ ବ୍ୟାଙ୍କର ଲଢ଼େଇ
ETVBHARAT
5 hours ago
0:59
छात्रों पर लाठीचार्ज का विरोध: कोटा और बूंदी में कांग्रेस का जोरदार प्रदर्शन, कुचामन में NSUI ने निकाली रैली
ETVBHARAT
5 hours ago
2:19
नीट पेपर लीक 2026: शिक्षा मंत्री धर्मेंद्र प्रधान के इस्तीफे की मांग, प्रदेशभर में कांग्रेस का प्रदर्शन जारी
ETVBHARAT
5 hours ago
0:24
राष्ट्रपति भवन में बस्तर की संस्कृति का होगा सम्मान, मांझी-चालकी प्रतिनिधियों के साथ भोजन करेंगी राष्ट्रपति द्रौपदी मुर्मु
ETVBHARAT
6 hours ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
2 weeks ago
1:39
তিতাবৰত নৃশংস হত্যাকাণ্ড, আৰক্ষীৰ জালত হত্যাকাৰী কুশ
ETVBHARAT
2 weeks ago
0:42
একেখন মটৰচাইকেলত আছিল ৪ জন, থিতাতে ৩ জনৰ মৃত্যু
ETVBHARAT
3 weeks ago
1:19
সু-উচ্চ টাৱাৰত উঠি ওভতগোৰে নাচিলে এজনে, তাৰপিছত ?
ETVBHARAT
4 weeks ago
1:40
নীপকোৰ জলবোমাত আতংকিত কামপুৰ-যমুনামুখবাসী, হোৰাহোৰে বাঢ়িছে কপিলীৰ জলস্তৰ
ETVBHARAT
4 weeks ago
1:48
এচাৰিৰ আগত শিক্ষা, দুই ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ শিক্ষাকৰ
ETVBHARAT
5 weeks ago
2:45
ৰাজ মিস্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ঘৰ বনোৱাত ব্যস্ত এজাক মহিলা
ETVBHARAT
5 weeks ago
2:06
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে উজলিল মাজুলীৰ জ্যোতিস্মান দত্ত
ETVBHARAT
6 weeks ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
7 weeks ago
5:48
মাজুলীত দীক্ষুৰ গীতৰ যাদু : সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ ব’হাগী উৎসৱৰ সফল সামৰণি
ETVBHARAT
3 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
3 months ago
2:23
জোনাইত ভীমৰাও আম্বেদকাৰৰ ১৩৬ সংখ্যক জন্ম জয়ন্তী উদযাপন
ETVBHARAT
3 months ago
4:00
মঙলবাৰে বৰমাত এদিনীয়া কাৰ্যসূচীৰে ৬৩ সংখ্যক ৰঙালী বিহু পালন
ETVBHARAT
3 months ago
2:51
যোৰহাটত ভয়াৱহ অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ ভস্মীভূত
ETVBHARAT
3 months ago
1:38
৯০খনৰো অধিক আসন লাভেৰে এনডিএৰ চৰকাৰ গঠন হ'ব: কামাখ্য প্ৰসাদ তাছা
ETVBHARAT
4 months ago
Comments