Skip to playerSkip to main content
  • 14 minutes ago
কলিয়াবৰ: নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে । বুধবাৰে নিশাও খাদ্যৰ সন্ধানত ওলাই অহা দুটাকৈ হাতীয়ে কামাখ্যা গাঁৱত উপদ্ৰৱ চলালে । এটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে । কথমপি প্ৰাণ ৰক্ষা পৰে চন্দন মণ্ডলৰ পৰিয়ালটো । ভুক্তভোগী চন্দন মণ্ডলে কয়, "ৰাতি শুই আছিলোঁ আৰু তেতিয়া দুটা হাতী আহি আমাৰ ঘৰ-দুৱাৰ ভাঙি পেলায় । কোনো মতে আমি পলায়ন কৰিছোঁ ।" অৱশ্যে সেই স্থানৰ পৰা প্ৰস্থানৰ সময়তে এটা হাতী বিপদত পৰে । হাতীটো পথৰ দাঁতিত থকা এটা পৰিত্যক্ত কুঁৱাত সোমাই যায় । হাতীটো নিশা প্ৰায় ১ বজাৰ পৰা কুঁৱাটোতে আবদ্ধ হৈ থাকে । ইফালে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয় । নিশাৰে পৰা হাতীটোক উদ্ধাৰৰ চেষ্টা চলোৱা হয় । এক্সকেভেটৰৰ সহায়ত অৱশেষত পুৱা হাতীটোক কুঁৱাৰ পৰা উদ্ধাৰ কৰা হয় । তাৰ পিছতে হাতীটো কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ দিশে গতি কৰে ।লগতে পঢ়ক :চৰকাৰে দিয়া ক্ষতিপূৰণ নাপায় প্ৰতিবাদত নামিল বানাক্ৰান্ত

Category

🗞
News
Transcript
00:00Let's get this out.
00:30what do they see if they come here?
00:39one is the one who is lost
00:40watch watch
00:43watch
00:43what is it?
00:44is there anything!
00:49it'sщh no basically
00:49it's not gonna be deleted
00:54it's not gonna be deleted
00:55we don't give them a snap
00:58it's not gonna be deleted
00:59Oh, oh.
01:07Oh, oh.
01:11I've had to.
01:13I've had to go.
01:15I've had to go on and get it.
01:17I've had to go on and get it.
01:19So, I'm not going to go on.
01:21So, I'm going to do this.
01:23I'm a woman.
01:25I'm a woman.
01:26I'm a woman.
01:27Yes, it is very basic, but it is very basic, but it is very basic, so it is very basic.
01:41Of course it was a bad moment too.
01:47I have a few words that were not found in the city.
01:48But when the of the city was born in New York,
01:52when I was in the city,
01:53it was a good time to get to keep me from the city of New York.
02:00I was going to get to the city of New York City.
02:05My brother and uncle had to keep me.
02:08We did not have the country of New York City.
02:10I was told to let this person know what the best.
02:12What was it?
02:13It was because we had to do a petroleum and we had to do something.
02:17We had to do something that we had to do.
Comments

Recommended