Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
মৰিগাঁও মহাবিদ্যালয়ত 'বিকশিত ভাৰত যুৱ নেতৃত্ব সংবাদ' শীৰ্ষক আলোচনা চক্ৰ
13 minutes ago
মৰিগাঁও : সোমবাৰে মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হয় 'বিকশিত ভাৰত যুৱ নেতৃত্ব সংবাদ' শীৰ্ষক আলোচনা চক্ৰ ৷ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজিত হৈছিল এই আলোচনা চক্ৰ ৷ এইবাৰৰ আলোচনাৰ মূল উদ্দেশ্য হৈছে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন সম্পূৰ্ণৰূপে উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে (বিকশিত ভাৰত @২০৪৭) দেশৰ উন্নয়নমূলক কাৰ্যসূচীত ভাৰতৰ যুৱ প্ৰজন্মক (১৫ ৰ পৰা ২৯ বছৰ বয়সৰ) পোনপটীয়াকৈ জড়িত কৰোৱা ৷সোমবাৰে মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আলোচনা চক্ৰত মহাবিদ্যালয়ৰ অধ্যক্ষ লীলাকান্ত বৰঠাকুৰৰ লগতে বহু কেইজন সমল ব্যক্তি উপস্থিত থাকে । লগতে দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে । উল্লেখ্য যে, ১৯৯৫ চনৰ পৰা প্ৰতি বছৰে ১২ জানুৱাৰীত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে উদযাপন কৰি আহিছে ৷২০২৫ চনত দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ দিৱসতে দেশৰ যুৱপ্ৰজন্মক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ সেই স্বৰূপে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজিত হৈছিল এই ধৰণৰ আলোচনা চক্ৰ ৷ এই মন্তব্য কৰে উদ্যোগক্তাই ৷লগতে পঢ়ক:ডিব্ৰুগড়ত প্ৰতিবাদত নামিল ডায়েলাইছিছ ৰোগী, কিন্তু কিয় ?
Category
🗞
News
Transcript
Display full video transcript
00:00
We have to celebrate the national youth in January.
00:07
We celebrate the youth in the year 2020.
00:09
We celebrate the youth in the year 2020.
00:11
We celebrate the youth in the year 2020.
00:53
Thank you very much.
01:19
Thank you very much.
Show less
Comments
Add your comment
Recommended
1:14
|
Up next
APSCৰ অধীনত অনুষ্ঠিত পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল মৰিগাঁৱৰ তন্ময় নাথৰ
ETVBHARAT
5 hours ago
3:43
কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে অত্যধিক সাৰ প্ৰয়োগ দেশদ্ৰোহিতা: ৰণজিৎ কুমাৰ দাস
ETVBHARAT
5 days ago
2:17
জোনাইৰ বনবিভাগৰ সফলতা, উদ্ধাৰ দুডাল বিষাক্ত সাপ
ETVBHARAT
1 week ago
1:53
ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত বিশেষভাৱে সক্ষম অমৰ চাওৰাৰ সফলতা
ETVBHARAT
2 weeks ago
1:17
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী
ETVBHARAT
2 weeks ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
2 weeks ago
1:38
মালবাহী ট্ৰাকত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী টাটা মেজিকৰ, শিশুসহ পাঁচগৰাকী আহত
ETVBHARAT
3 weeks ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
5 weeks ago
1:14
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ৰাইজ
ETVBHARAT
6 weeks ago
1:11
আৰক্ষীৰ জালত চাৰি মানৱ অংগ সৰবৰাহকাৰী, টাৰ্গেট হৈ পৰিছে দুখীয়া পৰিয়াল
ETVBHARAT
6 weeks ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
7 weeks ago
2:30
সমাজকৰ্মী দ্বীপেন দত্তক 'ধনশিৰি উপত্যকা বঁটা' প্ৰদান গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ
ETVBHARAT
2 months ago
2:48
বিজ্ঞান শাখাত ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণৰে উজলিল সৰুপথাৰৰ চৰকাৰী খণ্ডৰ বিদ্যালয়
ETVBHARAT
2 months ago
4:58
পাঁচ সহস্ৰাধিক ঢুলীয়া-নাচনীৰ বিহু নৃত্য প্ৰদৰ্শন
ETVBHARAT
2 months ago
1:37
উজলিছে মৰিগাঁৱৰ চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতন
ETVBHARAT
2 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
2 months ago
1:42
শিলচৰৰ ২৯ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
ETVBHARAT
2 months ago
7:43
কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ পহিলা ব’হাগত ৰঙালী বিহু উদযাপন
ETVBHARAT
2 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
2 months ago
4:45
পৰম্পৰাগত ৰীতি-নীতিৰে ৰঙানদীত গৰু নোৱাই ধুৱাই আনন্দত মতলীয়া ৰাইজ
ETVBHARAT
2 months ago
4:00
মঙলবাৰে বৰমাত এদিনীয়া কাৰ্যসূচীৰে ৬৩ সংখ্যক ৰঙালী বিহু পালন
ETVBHARAT
2 months ago
4:11
মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ প্ৰাৰ্থী জগদীশ মদাহীৰ, মনোনয়ন দাখিল কৰিলে নৱ কুমাৰ শৰণীয়াইও
ETVBHARAT
3 months ago
2:46
পবিত্ৰ মাৰ্ঘেৰিটাক লগত লৈ নাজিৰাৰ পৰা ময়ূৰ বৰগোহাঁইৰ মনোনয়ন দাখিল
ETVBHARAT
3 months ago
0:58
मिर्जापुर: विंध्याचल मंदिर में पत्रकार को पीटने वाला हेड कांस्टेबल महेंद्र नाथ सस्पेंड, रिपोर्ट के बाद होगा एक्शन
ETVBHARAT
5 minutes ago
1:14
ਅਮਰੀਕਾ ਹਾਦਸੇ ਦੇ ਸ਼ਿਕਾਰ ਨੌਜਵਾਨ ਦਾ ਪਠਾਨਕੋਟ 'ਚ ਸਸਕਾਰ, ਧਾਹਾਂ ਮਾਰ ਰੋਂਦੇ ਪਰਿਵਾਰ ਦਾ ਨਹੀਂ ਦੇਖ ਹੋ ਰਿਹਾ ਹਾਲ !
ETVBHARAT
6 minutes ago
Comments