Skip to playerSkip to main content
  • 18 hours ago
গুৱাহাটী: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । সমগ্ৰ বিশ্বতে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ।  একেদৰে  দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পালন কৰা হৈছে । আনহাতে অম্বুবাচী মহাযোগত উপলক্ষে উখল-মাখল হৈ পৰিছে নীলাচল পাহাৰ । অম্বুবাচী উপলক্ষে দেশ-বিদেশৰ পৰা অহা সাধু-সন্তৰে ভৰি পৰিছে নীলাচল পাহাৰস্থিত শক্তিপীঠ মা কামাখ্যাৰ মন্দিৰ প্ৰাংগণ । অম্বুবাচী উপলক্ষে অহা  এইসকল সাধু-সন্তয়ো আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী পালন  কৰে । বিভিন্ন যোগাভ্যাস প্ৰদৰ্শনেৰে সাধু-সন্তসকলে যোগ দিৱস পালন কৰে । এই সন্দৰ্ভত শ্ৰীমহন্ত ৰঞ্জিতানন্দ গিৰিজী মহাৰাজে কয়, "বিশ্বব্যাপী আজি  বিশ্ব যোগ দিৱস পালন কৰা হৈছে ।  যোগাভ্যাস কৰা মানে শৰীৰক নিৰোগী কৰা । এই  ব্ৰহ্মাণ্ড সৃষ্টি হোৱাৰ পৰাই ঋষি-মুনিসকলে শৰীৰক নিৰোগী কৰি অধিক সময় জীয়াই থকাৰ বাবে যোগ পৰম্পৰা আৰম্ভ কৰিছিল । যোগ এক বিদ্যা, সাধনা আৰু তপস্যা । যোগ  জৰিয়তে আত্মা-পৰমাত্মাৰ মিলন হয় ।  সেয়েহে আমাৰ জীৱনত যোগৰ এক বিশেষ মহত্ত্ব আছে । যোগ সকলোৱে কৰি নিয়োগী হৈ থাকিব লাগে ।’’ লগতে পঢ়ক: অম্বুবাচীৰ মাহাত্ম্য কি ? এই সময়ত ধ্যান কৰিলে কেনেদৰে ফল লাভ কৰে ভক্তই ?

Category

🗞
News
Transcript
00:00आज बिश्वययोगा दिवस की उपलक्ष में पुरे बिश्वय भास्यों को हादिक शुवकमना है, शुवच्चा के अपन करतो है, हमें बढ़ा
00:08आनंद का अनुबोती हो रहा है कि बिश्वय ब्यापी पुरे भारत तता आसाम भर में हमारे जो जनता भक्त गन
00:16है, मठ मंदिर
00:42Thank you very much.
00:59Thank you very much.
01:44Thank you very much.
01:48Thank you very much.
02:26Thank you very much.
03:18Thank you very much.
03:45Thank you very much.
03:48Thank you very much.
04:24Thank you very much.
04:49Thank you very much.
Comments

Recommended