Skip to playerSkip to main content
  • 21 minutes ago
বঙাইগাঁও : বঙাইগাঁও জিলাৰ বইটামাৰীৰ নিত্যবজাৰত গৃহৰক্ষী বাহিনীৰ এজন জোৱানৰ ৰহস্যজনক মৃত্যু ৷ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সমগ্ৰ বঙাইগাঁও জিলাত ৷ বঙাইগাঁৱৰ নিত্যবজাৰস্থিত ৰাখালঠাকুৰ বন শিবিৰত বুধবাৰে নিশা মৃত্যু হয় গৃহৰক্ষী জোৱানগৰাকীৰ ৷ জোৱানজন বঙাইগাঁও জিলাৰ কায়েথপাৰাৰ আব্দুল কালাম বুলি জানিব পৰা গৈছে ৷  ৰাখালঠাকুৰ বন শিবিৰৰ বন কৰ্মীৰ লগত নিশা এক অভিযানত ওলাই গৈছিল গৃহৰক্ষী জোৱানজন ৷ তাৰপিছতে নিশা বনশিবিৰত মৃত অৱস্থাত উদ্ধাৰ হয় জোৱানজন ৷ কিন্তু কি কাৰণত কেনেকৈ জোৱানজনৰ মৃত্যু হ'ল এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ সম্প্ৰতি আব্দুল কালামৰ মৃতদেহ ধুবুৰী জিলাৰ চাপৰ থানাত ৰখা হৈছে ৷ ঘটনাস্থলীত বঙাইগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "যোৱানিশা তেওঁ ভালেই আছিল, ইয়াতে আছিল । এজন ফৰেষ্টাৰে তেওঁক ফোন কৰিছিল । কিবা অভিযানত যোৱাৰ পিছত তেওঁ যেতিয়া কাৰ্যালয়লৈ আহিছিল তেওঁক এখন বিচনাত শুৱাই ৰাখিছে । আমি যেতিয়া গৈ দেখিছোঁ তেতিয়া তেওঁৰ মুখত এটা দাগ আছে ।"লগতে পঢ়ক: জোনাই নাহৰ নলাত ভয়াৱহ গৰাখহনীয়া; দিক-বিদিক হেৰুৱাইছে গঞা ৰাইজেবেকী নদীৰ খহনীয়াৰ কালৰূপ, মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰক আহ্বান ৰাইজৰ

Category

🗞
News
Transcript
00:00My name is the President of the United States, and I'm named Abdul Kalam, and my name is Osman.
00:11I'm the President of the United States.
00:13I am the President of the United States, and I've been doing this for a long time.
00:20I've been working for a forest officer for a long time.
00:25there is no problem in that we all can see there is still we all have to go
00:32we all have to go to the rest of our village
00:39a house has stayed here
00:44here in our village
00:46this is the forest
00:46and we all have to go to the forest
00:48and we all have to do this
01:15Thank you very much.
01:22I requested to ask the people to ask their questions and ask them to ask their questions.
01:32I will send them to them.
01:35How did the dead body go?
01:37I had to ask them to ask them to ask them.
01:41How did the death body go to the forest?
01:47From the forest to be there are many blind paintings here.
01:54People take as many blind passing on to the stairs.
02:01How long does it take to build a person?
02:04There is a uniform.
02:06We are living in a uniform because there is a body being developed.
02:11So I have to ask for that, who has happened to me?
02:17It is important to me, we had no duty.
02:18What should the duty have been?
02:36I am going to request my S.P.Mohadro to request my body to do this.
02:45I am going to be pre-planed murder and murder.
02:51I request my body to do this.
02:57GDOSHI, UBOZUK TO SHASTILI BODY
Comments

Recommended