Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
অসমত হোৱা মহাপ্ৰলয় প্ৰাকৃতিক নহয় মানৱসৃষ্ট দুৰ্যোগ : চিপিআইএমএলৰ নেতা
6 days ago
টীয়ক : চিপিআই (এমএল)ৰ অসম ৰাজ্যিক সম্পাদক বিবেক দাস সোমবাৰে টীয়কৰ জাঁজীমুখত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় । বানাক্ৰান্ত ৰাইজৰ মাজত তেওঁ সাহায্যও বিতৰণ কৰে ।সেই সময়ত তেওঁ অসমৰ বান পৰিস্থিতি সম্পৰ্কে উদ্বেগ প্ৰকাশ কৰি কয়, "সমগ্ৰ অসমৰ ৰাইজে বৰ্তমান বানাক্ৰান্তক যিয়ে যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াইছে যদিও এই ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ সন্তোষজনক নহয় । আমি ভাবো এই দুৰ্যোগ কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয় । এয়া এক মানৱসৃষ্ট দুৰ্যোগ । বহিঃৰাজ্যত অবৈধ কয়লাখনন, বন ধ্বংসৰ বাবে এই দুৰ্যোগ সংঘটিত হৈছে । অসমত ব্যৱসায় কৰা টাটা, আদানি, আম্বানী, ৰামদেৱ, অ'এনজিচিৰ দৰে বহুজাতিক কোম্পানীসমূহৰ চিএছআৰ ফান্দ কিয় এই পৰ্যন্ত অসমৰ বানৰ বাবে ঘোষণা কৰা নাই । এইটো এক ডাঙৰ প্ৰশ্ন । চৰকাৰেও এই ক্ষেত্ৰত ইতিবাচক পদক্ষেপ ল'ব লাগে । মই ভাবো গোটেই বিষয়টোৰ বাবে চৰকাৰৰ অদূৰদৰ্শী সিদ্ধান্ত, পুঁজিপতিসকলৰ লাভৰ প্ৰতি মনোভাৱ ৰাখি যি কাম কৰিছে এই পলিচিবিলাক দায়ী হৈছে ।" তেওঁ লগতে কয়, "মোৰ মতে অসমৰ সাংসদ, বিধায়কসকলেও এক-দুই মাহৰ দৰমহা দি ৰাইজক সহায় কৰক ।"লগতে পঢ়ক :চৰকাৰলৈ বাট নাচাই বানাক্ৰান্তৰ কাষত ৰাইজ: জুবিন-ভূপেনদাৰ দেশত পুনৰ প্ৰাণ পালে মানৱতাই
Category
🗞
News
Transcript
Display full video transcript
00:00
They love me, they love me, they love me, they love you...
00:05
You love me, hello?
00:10
I love you.
00:17
I love you.
Show less
Comments
Add your comment
Recommended
3:19
|
Up next
গুজৰাটত পানীৰ পাছদিনাই প্ৰধানমন্ত্ৰী যায়, অসমলৈ কিয় অহা নাই আৰু পুঁজি দিয়া নাই ; আছু নেতৃত্ব
ETVBHARAT
2 days ago
5:21
সুৰৰ মূৰ্চ্ছনাৰে আৰ্তজনলৈ সহায়ৰ হাত: ডুমডুমাত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল ‘সুৰ বাহিনী’
ETVBHARAT
3 days ago
1:50
নৈত গা ধুবলৈ গৈ নিখোঁজ দুই কিশোৰ
ETVBHARAT
6 days ago
2:37
টিএমপিকেৰ বাৰ্ষিক অধিৱেশনৰ সমাপ্তি: গঠন ১০১ জনীয়া নতুন সমিতি
ETVBHARAT
3 weeks ago
1:35
আৰক্ষী বুলি পৰিচয় দিয়া সকলোকে বিশ্বাস নকৰিব !
ETVBHARAT
3 weeks ago
2:47
बाढ़ भी नहीं तोड़ पाई दूल्हे राजा की हिम्मत, शादी के बाद नाव पर दुल्हनियां को लाए घर
ETVBHARAT
1 hour ago
2:12
साधु वेश में संसद परिसर में प्रदर्शन का मामला: राहुल गांधी, पप्पू यादव और अवधेश प्रसाद पर केस दर्ज
ETVBHARAT
1 hour ago
0:57
নগাঁৱৰ কামপুৰত বন্যহস্তীৰ উপদ্ৰৱ
ETVBHARAT
3 weeks ago
2:44
মুকালমুৱাত ড্ৰাগছ বিৰোধী সজাগতাৰ উদ্দেশ্যে সমূহীয়া দৌৰৰ আয়োজন; সহস্ৰাধিক লোকৰ অংশগ্ৰহণ
ETVBHARAT
3 weeks ago
2:21
কলিয়াবৰত উপদ্ৰৱ চলাই কুঁৱাত পৰিল বনৰীয়া হাতী
ETVBHARAT
3 weeks ago
1:39
তিতাবৰত নৃশংস হত্যাকাণ্ড, আৰক্ষীৰ জালত হত্যাকাৰী কুশ
ETVBHARAT
4 weeks ago
2:23
যোৰহাটত পুনৰ পিঞ্জৰাত সোমাল বনৰজা, সাতদিনত তিনিটাকৈ নাহৰফুটুকী উদ্ধাৰ
ETVBHARAT
4 weeks ago
1:18
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
4 weeks ago
3:00
মৃত্যু নে হত্যা ! গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু
ETVBHARAT
5 weeks ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
6 weeks ago
1:41
বহিঃৰাজ্যত মৃত্যু গোলাঘাটৰ যুৱক, অসহায় পিতৃ-মাতৃৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰী-বিধায়কলৈ...
ETVBHARAT
6 weeks ago
2:32
জোনাই মিচিং কৃষ্টি ভৱনত ১ জুলাইৰ পৰা টিএমপিকেৰ ১৭ সংখ্যক কেন্দ্ৰীয় অধিৱেশন
ETVBHARAT
6 weeks ago
2:45
ৰাজ মিস্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ঘৰ বনোৱাত ব্যস্ত এজাক মহিলা
ETVBHARAT
6 weeks ago
2:06
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে উজলিল মাজুলীৰ জ্যোতিস্মান দত্ত
ETVBHARAT
7 weeks ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
2 months ago
1:51
ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল অবধ আছাম এক্সপ্ৰেছ ৰে'লৰ যাত্ৰী
ETVBHARAT
2 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
3 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
3 months ago
6:07
বিধ্বস্ত যাতায়াত ব্যৱস্থাই যমৰ যাতনা ভোগাইছে জোনাইবাসীক
ETVBHARAT
4 months ago
3:23
অসমৰ খিলঞ্জীয়াক আগ্ৰাসনৰ পৰা সুৰক্ষা, সৰ্বাংগীন বিকাশ আমাৰ লক্ষ্য : জয়ন্ত মল্লবৰুৱা
ETVBHARAT
4 months ago
Comments