Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
মৰিগাঁৱত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সন্মান সমাৰোহ: ৬ আগষ্টৰ পৰা দেশজুৰি নিচামুক্ত অভিযান
2 days ago
মৰিগাঁও : প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মৰিগাঁও সেৱা কেন্দ্ৰৰ উদ্যোগত মৰিগাঁও ডায়েট প্ৰেক্ষাগৃহত ‘সন্মান সমাৰোহ-২০২৬’ অনুষ্ঠিত হয় । এই অনুষ্ঠানটোত জিলাখনৰ ২৯ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয় । এই অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ছত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় কেনয়িং চেম্পিয়নশ্বিপত পদক লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানটোত উপস্থিত থাকি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মধ্য অসমৰ দায়িত্ববাহী নিৰ্মালি বেহেনজীয়ে কয় যে বৰ্তমান যুৱ প্ৰজন্ম নিচাৰ কৱলত পৰি ধবংসৰ পিনে গতি কৰিছে । ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সন্তানক পাঠ্যপুথিৰ শিক্ষাৰ লগতে আধ্যাত্মিক জ্ঞানেৰেও পুষ্ট কৰিব লাগিব ।" অহা ৬ আগষ্টৰ পৰা সমগ্ৰ দেশজুৰি এক ‘নিচামুক্ত ভাৰত অভিযান’ আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয় । অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত বেংক বিষয়া স্বপ্নৰ সৰকাৰ,মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড৹ অপূৰ্ব ঠাকুৰীয়া, ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়ৰ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ মুখ্য সঞ্চালিকা সৰিতা বেহেন তথা মৰিগাঁও কেন্দ্ৰৰ ভাৰতী বেহেন উপস্থিত থাকে ।লগতে পঢ়ক:গছৰ তলত বিচনী মাৰি শক্তি বিভাগৰ বিৰুদ্ধে মৰাণত ক্ষোভ উজাৰিলে ৰাইজেবানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ ৩৭০০০ লোক, শোণিতপুৰত এজনৰ মৃত্যু
Category
🗞
News
Transcript
Display full video transcript
00:00
The people who have been living in the 70s, are not as much as the people who have been living
00:09
in the 70s.
00:11
The people who have been living in the 70s are also living in the 70s.
00:18
They are also living in the 70s.
Show less
Comments
Add your comment
Recommended
2:27
|
Up next
মৰণফান্দত পৰিণত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, প্ৰতিবাদৰ পাছতো জোনাইত গা-লৰা নাই বিভাগীয় বিষয়াৰ
ETVBHARAT
6 days ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
1 week ago
2:14
ধুবুৰীৰ দক্ষিণপাৰত অবৈধ কাঠফলা মিল উৎখাত
ETVBHARAT
2 weeks ago
2:58
আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস: চিকিৎসকসকলৰ নিঃস্বাৰ্থ সেৱা আৰু ত্যাগৰ প্ৰতি সন্মান জনোৱাৰ দিন
ETVBHARAT
2 weeks ago
6:45
শিৱসাগৰত নিৰ্মীয়মাণ প্ৰকল্পত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ; ঠিকাদৰক সকীয়নি অখিল গগৈৰ
ETVBHARAT
3 weeks ago
2:59
ৰোগ বাহক মহ: জাপানীজ এনকেফেলাইটিছ-মেলেৰিয়া-ডেংগুৰ পৰা হাত সাৰিব কেনেকৈ ?
ETVBHARAT
14 minutes ago
1:35
'പെട്ടുപോയതാ സാറേ'... മീൻ കൂട്ടിൽ അകപ്പെട്ട മൂർഖന് രക്ഷകനായി ചാര്ളി: VIDEO
ETVBHARAT
24 minutes ago
8:30
भिवानी को मिलेगा स्वास्थ्य क्षेत्र का बड़ा तोहफा, प्रधानमंत्री करेंगे राजकीय मेडिकल कॉलेज का उद्घाटन, ई-ऑटो से पहुंची श्रुति ने गिनाए फायदे
ETVBHARAT
26 minutes ago
2:37
থিয়েটাৰ ৰুদ্ৰৰ নতুন নাট্যবৰ্ষৰ প্ৰথমটো গীতৰ পোষ্টাৰ মুকলি
ETVBHARAT
28 minutes ago
6:12
NEET UG Topper: "ਪਹਿਲਾਂ 5 ਉਤਰ ਗ਼ਲਤ ਲਿਖੇ, ਰੀ-ਨੀਟ ਪੇਪਰ ਸਮੇਂ ਸਟ੍ਰੈਸ ਫ੍ਰੀ ਹੋਇਆ", ਟਾਪਰ ਆਰਿਅਨ ਤੋਂ ਜਾਣੋ ਇਹ ਖਾਸ ਮੰਤਰ?
ETVBHARAT
40 minutes ago
2:44
যোৰহাটত ঋণৰ কিস্তি আনিবলৈ যোৱা ফাইনেন্স কোম্পানীৰ বিষয়াৰ বিলৈ
ETVBHARAT
3 weeks ago
0:59
'বিশ্ব ড্ৰাগছ সমস্যা' বিষয়ক আলোচনাৰে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন
ETVBHARAT
3 weeks ago
1:27
ডিব্ৰুগড়ত প্ৰায় ১.৪ কোটি মূল্যৰ নিষিদ্ধ সামগ্ৰী দাহ
ETVBHARAT
3 weeks ago
1:29
কলিয়াবৰত বাৰ্মিজ চুপাৰিসহ তিনিজনক আটক
ETVBHARAT
4 weeks ago
2:18
ডুমডুমাৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড
ETVBHARAT
5 weeks ago
0:48
যোগীঘোপাৰ হোটেলত ওলাল নিষিদ্ধ মাংস
ETVBHARAT
5 weeks ago
3:56
প্ৰগতিৰ পথত আগবাঢ়িব লাগিব ধুবুৰী: গুৰুদ্বাৰত অভিভাৱক মন্ত্ৰী অশোক সিংহল
ETVBHARAT
5 weeks ago
1:51
ব্ৰিটিছ পাৰ্লিয়ামেণ্টত বাজিব অসমৰ সত্ৰীয়া সংস্কৃতিৰ জয়ধ্বনি
ETVBHARAT
5 weeks ago
1:09
চৰাইদেউৰ কামাণ্ডো শিৱিৰত ভয়ংকৰ ঘটনা, আত্মহত্যা জোৱানৰ
ETVBHARAT
6 weeks ago
3:09
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিত কুঠাৰাঘাত, গছ কাটি বিতৰ্কত বিদ্যালয়
ETVBHARAT
6 weeks ago
1:18
ধুবুৰীত গো-মাংসৰ বিৰুদ্ধে অভিযান, চাৰিজনক আটক
ETVBHARAT
7 weeks ago
1:48
কলিয়াবৰ আৰক্ষীৰ জালত ৪ টা চোৰাং গৰু সৰবৰাহকাৰী, ৩৩ টা গো-ধন উদ্ধাৰ
ETVBHARAT
7 weeks ago
4:37
বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
2 months ago
1:11
বাৰ্ষিক মহাপালনাম কীৰ্তনৰ সামৰণিত ভাগৱত ভ্ৰমণ
ETVBHARAT
3 months ago
3:04
চোতালত খেলি থকা শিশুৰ ওপৰত পৰিল বিদ্যুতৰ খুঁটা, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় লোক
ETVBHARAT
3 months ago
Comments