Skip to playerSkip to main content
  • 11 hours ago
কলিয়াবৰ: ভাৰতত প্ৰতি বছৰে ১ জুলাই দিনটো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয় । চিকিৎসকসকলক সমাজত 'ভগৱানৰ দ্বিতীয় ৰূপ' বুলি কোৱা হয় । তেওঁলোকৰ অবিহনে এখন সুস্থ আৰু সবল সমাজ গঠন কৰাটো অসম্ভৱ । দিন-ৰাতি একাকাৰ কৰি ৰোগীৰ সেৱাত ব্ৰতী হোৱা চিকিৎসকসকল আমাৰ সমাজৰ প্ৰধান স্তম্ভস্বৰূপ । প্ৰখ্যাত চিকিৎসক, স্বাধীনতা সংগ্ৰামী আৰু পশ্চিমবংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ স্মৃতিত আজি ভাৰতত এই দিৱস পালন কৰা হয় ৷
কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ অশোক চন্দ্ৰ পাটৰে কয়, "আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস । দেশৰ বিখ্যাত চিকিৎসক ডাঃ বিধানচন্দ্ৰ ৰয়ৰ স্মৃতিত এই দিৱস পালন কৰা হয় । তেখেতক চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত ৰত্ন প্ৰদান কৰা হয় । আমিও চিকিৎসক হিচাপে ৰাইজৰ সেৱা কৰিবলৈ পাই আমি কৃতজ্ঞ । আমি ৰাইজলৈ যিখিনি পাৰোঁ সহায় আগবঢ়াই আছোঁ । আগলৈও আগবঢ়ায় থাকিম । আজি আমাৰ চিকিৎসা সেৱাৰ লগত জড়িত সকলোলৈকে শুভেচ্ছা জনালোঁ ।"আজিৰ দিনটোত এসময়ত কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ ওম প্ৰকাশৰ বিষয়েও স্মৰণ কৰি তেওঁ কয় যে এগৰাকী চিকিৎসক, পিছলৈ দেশৰ প্ৰশাসনিক বিষয়া হিচাপে কলিয়াবৰত কৰ্মৰত হৈ থকাৰ সময়ত তেওঁ চিকিৎসা, চিকিৎসালয় আৰু ৰোগীৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছিল ।লগতে পঢ়ক : ডাঃ বিধান চন্দ্ৰ ৰয়লৈ শ্ৰদ্ধাঞ্জলি; 'চিকিৎসক দিৱস'ত মানৱদৰদী চিকিৎসকলৈ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

Category

🗞
News
Transcript
00:00My name is Rastriya Shikichak Dibakar Khubha Mughatak.
00:05I am a fellow of the Sardhara Shikichak Hakkakakak Murkranipat.
00:11I am a student of the Sardhara Shikichak Hakkakakak Murkranipat.
00:13I am a student of the Sardhara Shikichak Hakkakakak Murkranipat.
00:28I am a student of the Sardhara Shikichak Hakkakakakak.
00:38I am a student of the Sardhara Shikichak.
00:48Dr. Bidhan Rai,
00:53Oshim Bhangar, Dijayogaraki,
00:56Mnaniya Mukha Muntiyashin Tekhet.
00:59Tekhetar Zanmohoshilet,
01:02Utharokhobbiraakishanat,
01:03Shikitsa Kheatrat,
01:04Aarokhamaash Kheatrat, Tekhetar Anabadyabar Omanirikarane,
01:08Unuishwa Ekhosti Shanat,
01:10Tekhetak Bharatratna Pradhangra Ahoishishin.
01:13Kheatrati Shikitsa Kher,
01:18Unuishwa Vahasthi Shanat,
01:22Miritu Huyisil,
01:22Miritu Ratmohotra Tekhetar Shikitsa Kheatrat,
01:25Shikitsa Kheatrat,
01:27Aarokhamaishishanat,
01:28Unuishwa Ataanabayishanat,
01:32Tekhetar Shikitsa Zipanar,
01:36Virol Nidharkhan Vilaak,
01:40Lohkha Kori,
01:42Dharokhashar Kari,
01:43Tekhetar Zanamad Intut,
01:47Aarthak 1 Zulai,
01:481 Zulai Intut,
01:51Rastriya Shikitsa Kdibakishabhe,
01:53Hohana Kori,
01:54PTR Prah,
01:55Dharabahir Bhabhe,
01:58Dharokhaji Shikitsa Ker,
01:59Virol Chihari,
01:59Hohana Naashti Rho Azji Khehu Bhadim,
02:02Aethi Niti Mare Hraobhari,
02:04Aarro Agraki Shikitsa Kano,
02:05Emanatku Ishe Mare Hormajibhanat,
02:09Lakhpahanishanat,
02:10Dharokhati Rdumprokhas,
02:12Dharokhami Prakash,
02:14The government has been able to do that.
02:17The government has been able to keep the government's efforts with the government.
02:19The government has been able to keep the government's efforts.
02:27So, it hasn't been a big first, like are you still looking for adult youths who have affected her impact
02:36as I'm the first who just were responding to their issues?
02:40The concern of influence is that this court ethics and criminalable policy help take a戲.
02:48I will tell you that the future will be the future.
Comments

Recommended