Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
দলং নিৰ্মাণত নিম্নমানৰ কাম কৰা ঠিকাদাৰ-লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ
2 months ago
ধেমাজি : ধেমাজিৰ নিলখৰ পৰা বালিজান সংযোগী গাই নৈৰ দলঙৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান শিৱম কনষ্ট্ৰাকচন কোম্পানীক ব্লেক লিষ্টেড কৰাৰ দাবীত ধেমাজিৰ সংহত আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ পৰিষদ-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ বিহুৰ দিনাই ভাঙি গাই নৈৰ ওপৰত নিৰ্মীয়মাণ দলঙৰ গাৰ্ডাৰ ভাঙি পৰা ঘটনাৰ উচিত তদন্ত বিচাৰি এই প্ৰতিবাদ ৷ উল্লেখ্য যে পূৰ্বেও ভাঙি পৰিছিল নিৰ্মীয়মাণ দলঙখনৰ গাৰ্ডাৰ ৷ শিৱম কোম্পানীৰ এনে নিম্নমানৰ কামৰ বিৰুদ্ধে স্থানীয় ৰাইজ, দল-সংগঠনে বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো ৰহস্যজনকভাৱে নীৰৱ ধেমাজিৰ লোকনিৰ্মাণ বিভাগ আৰু ধেমাজি জিলা প্ৰশাসন ৷ এইক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলা সমিতিৰ সভাপতি ভৱেন হালৈ আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ চুতীয়াই কয়, “আচলতে লোক নিৰ্মাণ বিভাগে গাই নদীৰ ওপৰত যিখন দলং নিৰ্মাণ কৰিছে এশ শতাংশ আসোঁৱাহপূৰ্ণ । তাৰ প্ৰযুক্তিগত কৌশলবোৰ আওপুৰণি ৷ তাত যিমান দক্ষ শ্ৰমিক নিয়োগ কৰিব লাগে তাত দক্ষ শ্ৰমিকৰ অভাৱ হৈছে । যিবিলাক মেটেৰিয়েলছ ব্যৱহাৰ কৰা হৈছে সেইবিলাকো নিম্নমানৰ হৈছে ৷“লগতে কয়, “পোনপ্ৰথমে শিৱম কোম্পানীক ব্লেক লিষ্টেড কৰিব লাগে ৷ কাৰণ ধেমাজিৰ জনসাধাৰণক লৈ হেতালি খেলিবলৈ দিয়া ন’হব ৷ এই খেল সম্পূৰ্ণ বন্ধ হ’ব লাগিব ৷“বুধবাৰে ধেমাজি জিলা সংহত আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নিৰ্মাণকাৰী প্ৰতিষ্ঠান শিৱম কোম্পানীৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে দুই প্ৰতিবাদী সংগঠনৰ বহুসংখ্যক কৰ্মীয়ে ৷ লগতে পঢ়ক :জীৱন নাটৰ যৱনিকা পেলালে বিশিষ্ট সম্পাদক-সাহিত্যিক নিত্য বৰাই
Category
🗞
News
Transcript
Display full video transcript
00:00
Hey
00:02
Hey
00:29
Let's pray.
00:32
I don't know how to do it, but I don't know how to do it, but I don't know how
01:02
to do it.
01:04
foreign
Show less
Comments
Add your comment
Recommended
1:02
|
Up next
অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা শিলচৰ স্প’ৰ্টিং ক্লাবৰ ৯০ বছৰ সম্পূৰ্ণ
ETVBHARAT
2 days ago
3:04
আঠুকাঢ়ি সেৱা লৈ সমষ্টিৰ ৰাইজৰ পৰা আশীৰ্বাদ ল'লে মন্ত্ৰী বিমল বড়াই
ETVBHARAT
1 week ago
1:51
ব্ৰিটিছ পাৰ্লিয়ামেণ্টত বাজিব অসমৰ সত্ৰীয়া সংস্কৃতিৰ জয়ধ্বনি
ETVBHARAT
1 week ago
3:09
বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰকৃতিত কুঠাৰাঘাত, গছ কাটি বিতৰ্কত বিদ্যালয়
ETVBHARAT
2 weeks ago
2:39
বন্যহস্তীৰ উপদ্ৰৱ: ভুক্তভোগী ৰাইজে উজাগৰে পাৰ কৰিছে নিশা
ETVBHARAT
2 weeks ago
1:25
କନ୍ଧମାଳ ପୋଲିସକୁ ବଡ ସଫଳତା, ଧରାପଡିଲା ଧଳା ଜହର କାରବାରର କିଙ୍ଗପିନ୍
ETVBHARAT
1 hour ago
1:13
उत्तराखंड: पर्वतारोहियों के पास से गुजरा भीषण एवलांच, प्रकृति के रौद्र रूप और मौत को मात देकर लौटा दल
ETVBHARAT
2 hours ago
2:02
પોરબંદરમાં મેગા ડિમોલિશન: ફર્નિચર પાર્ક માટે 42 કરોડની જમીન દબાણમુક્ત, 129 દબાણકર્તાઓ સામે કાર્યવાહી
ETVBHARAT
2 hours ago
1:02
वाराणसी कैंट रेलवे स्टेशन पर GRP की छापेमारी; 3 किलो चरस के साथ तस्कर गिरफ्तार
ETVBHARAT
2 hours ago
4:48
राहुल गांधी को सुनने पहुंचे स्टूडेंट ने दी मिली-जुली प्रतिक्रिया, किसी ने बताया पॉलिटिकल तो किसी को दिखी उम्मीद की किरण
ETVBHARAT
2 hours ago
2:33
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এক্সন মুডত অসম আৰক্ষী
ETVBHARAT
2 weeks ago
2:20
শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ মাতৃৰ মৰণোত্তৰ চকু দান
ETVBHARAT
3 weeks ago
1:50
অগ্নিদেৱতাৰ প্ৰকোপ ! দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণত ভস্মীভূত সাতটাকৈ ঘৰ
ETVBHARAT
4 weeks ago
2:03
চাকচনি, মৰাণ নাচনীৰ গিৰিপনিৰ শব্দত মুখৰিত কাকপথাৰৰ আকাশ বতাহ
ETVBHARAT
2 months ago
4:15
মূৰত গামোচা, ককালত টঙালি আৰু মুগা চুৰীয়া-চোলা বিহু মঞ্চত অধিবক্তা
ETVBHARAT
2 months ago
4:57
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত নাম-কীৰ্তনৰে ভগৱন্তৰ চৰণত শিৱম ট্ৰান্সকন প্ৰাইভেট লিমিটেডে
ETVBHARAT
2 months ago
4:28
নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণ
ETVBHARAT
2 months ago
2:30
উখল-মাখল পৰিৱেশেৰে আৰম্ভ ৬৪ সংখ্যক মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলন
ETVBHARAT
2 months ago
2:11
উত্তৰ পূৰ্বাঞ্চলৰ মৎস্য খণ্ডৰ বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত হ'ব একুৱাক্স নৰ্থ ইষ্ট
ETVBHARAT
2 months ago
4:50
মৰিগাঁৱত শতাব্দী প্ৰাচীন পৰম্পৰাৰে গোঁসাই উলিওৱা মেলা
ETVBHARAT
2 months ago
1:39
জুবিন গাৰ্গৰ গান বিকৃত ৰূপত পৰিবেশন, আকৌ বাতিল মৰ্মিতাৰ আন এখন অনুষ্ঠান
ETVBHARAT
2 months ago
2:51
সোণাপুৰৰ জুবিন ক্ষেত্ৰত অঞ্জলি মহন্তৰ ‘নিঃসংগতাৰ মৌন আলাপ’ উন্মোচন
ETVBHARAT
2 months ago
2:46
পাগলাদিয়াৰ পাৰত গৰু বিহু পালন জয়ন্ত মল্লবৰুৱাৰ
ETVBHARAT
2 months ago
2:04
নতুন দিল্লীত ৰাষ্ট্ৰীয় যুৱ সংসদত অসমৰ শিক্ষাৰ্থীৰ সাফল্য
ETVBHARAT
2 months ago
2:55
হাফলঙত বিজেপি কৰ্মীয়ে ভোট ৰিগিং কৰাৰ ভয়ংকৰ অভিযোগ নন্দিতা গাৰ্লোছাৰ
ETVBHARAT
2 months ago
Comments