Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান
2 months ago
নলবাৰী : অভিশপ্ত ১১ ব'হাগে প্ৰাণ কাঢ়িলে এটি সম্ভাৱনাময় প্ৰতিভাৰ । নলবাৰীৰ টিহু হাৰিভাংগাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বাহন পতিত হয় এক ভয়ংকৰ দুৰ্ঘটনাত । দুৰ্ঘটনাত মৃত্যুক আঁকোৱালী ল'লে নিশামনি হালৈ নামৰ এগৰাকী প্ৰতিভাসম্পন্ন বিহুৱতীয়ে । তামুলপুৰৰ নোৱাখাটত দুৰ্ঘটনাত পতিত হৈছিল দলটোৰ বাহনখন । কেইবাগৰাকীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে ।এই ঘটনাৰ পিছতে সমগ্ৰ টিহু-হাৰিভাংগাৰ লগতে হাৰিভাংগাৰ আখৰা শিবিৰত এক নিমাওমাও পৰিৱেশে বিৰাজ কৰে । প্ৰায় ৩৫ বছৰ পুৰণি ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ এই খবৰে সকলোকে মৰ্মাহত কৰি তোলে । এই ঘটনৰ পিছতে ৭১ সংখ্যক হাৰিভাংগা কেন্দ্ৰীয় ৰঙালী বিহুৰ শনিবাৰৰ সকলো কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত লয় ।শনিবাৰে আছিল বিহুৰ সামৰণি অনুষ্ঠান । বঁটা বিতৰণ, মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান আছিল শনিবাৰে । সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ কথা আছিল দিগন্ত ভাৰতীয়ে । কিন্তু নিশামনিৰ মৃত্যুত শোক প্ৰকাশ আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰি এখন জৰুৰী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে ৭১ সংখ্যক হাৰিভাংগা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে ।লগতে পঢ়ক: বিহু মঞ্চত আৰু দেখা নাপাব নিশামণিক: দক্ষিণ কেন্দুকুছিতে আছিল অন্তিম অনুষ্ঠানৰৈ থকা ট্ৰাকত তীব্ৰবেগী ছুইফট ডিজায়াৰৰ প্ৰচণ্ড খুন্দা, মুহূৰ্ততে নিঃশেষ তিনি যুৱতীৰ জীৱন
Category
🗞
News
Transcript
Display full video transcript
00:00
Hello everyone, I am very excited to be here today.
00:09
I am very excited to be here today.
00:18
I am very excited to be here today.
00:54
Thank you very much.
01:22
Thank you very much.
Show less
Comments
Add your comment
Recommended
2:35
|
Up next
মণিৰুদ্দিনৰ কামনাৰ বলি কিশোৰী, সংকটজনক অৱস্থাত চিকিৎসাধীন
ETVBHARAT
2 days ago
3:04
আঠুকাঢ়ি সেৱা লৈ সমষ্টিৰ ৰাইজৰ পৰা আশীৰ্বাদ ল'লে মন্ত্ৰী বিমল বড়াই
ETVBHARAT
1 week ago
3:50
১৪.৫ কোটি টকা ব্যয়েৰে নিৰ্মিত মথাউৰিত ভয়াবহ খহনীয়া
ETVBHARAT
2 weeks ago
1:18
ধুবুৰীত গো-মাংসৰ বিৰুদ্ধে অভিযান, চাৰিজনক আটক
ETVBHARAT
3 weeks ago
2:20
শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ মাতৃৰ মৰণোত্তৰ চকু দান
ETVBHARAT
3 weeks ago
1:50
অগ্নিদেৱতাৰ প্ৰকোপ ! দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণত ভস্মীভূত সাতটাকৈ ঘৰ
ETVBHARAT
4 weeks ago
3:33
মৰিকলং ডকাইতিকাণ্ডৰ ২ অভিযুক্তক গ্ৰেপ্তাৰ
ETVBHARAT
2 months ago
4:28
নগাঁৱত ডকাইতি: চিকিৎসকৰ পৰিয়ালক আক্ৰমণ কৰি লুটিলে ধন-সোণ
ETVBHARAT
2 months ago
2:18
কংগ্ৰেছসহ বিৰোধীয়ে নাৰীক অপমান কৰিছে, নাৰীয়ে ৰাজনৈতিক সম অধিকাৰ পোৱাটো নিবিচাৰে : বিজেপি নেত্ৰী
ETVBHARAT
2 months ago
2:30
উখল-মাখল পৰিৱেশেৰে আৰম্ভ ৬৪ সংখ্যক মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলন
ETVBHARAT
2 months ago
1:26
মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বিৰোধীৰ ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপিৰ
ETVBHARAT
2 months ago
4:50
মৰিগাঁৱত শতাব্দী প্ৰাচীন পৰম্পৰাৰে গোঁসাই উলিওৱা মেলা
ETVBHARAT
2 months ago
1:39
জুবিন গাৰ্গৰ গান বিকৃত ৰূপত পৰিবেশন, আকৌ বাতিল মৰ্মিতাৰ আন এখন অনুষ্ঠান
ETVBHARAT
2 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
2 months ago
2:57
মাহ-হালধিৰে গৰু গা ধুৱাই আনন্দত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
2 months ago
2:04
নতুন দিল্লীত ৰাষ্ট্ৰীয় যুৱ সংসদত অসমৰ শিক্ষাৰ্থীৰ সাফল্য
ETVBHARAT
2 months ago
2:39
ভোটাৰৰ ভিৰ দেখি উৎফুল্লিত জয়ন্ত মল্ল, সপৰিয়ালে ভোটদান নলবাৰীত
ETVBHARAT
2 months ago
2:11
আচৰণ বিধি উলংঘা কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত নামিল শিক্ষক
ETVBHARAT
2 months ago
1:57
অন্তিমদিনা বাইক ৰেলীৰে বৃহৎ শক্তি প্ৰদৰ্শন ধুবুৰীৰ বিজেপি প্ৰাৰ্থীৰ
ETVBHARAT
2 months ago
1:04
পাঁচ বছৰত নকৰিলে একোৱেই, আকৌ প্ৰতিশ্ৰুতি দিবলৈ যাওতেই দিলে পহুখেদা
ETVBHARAT
3 months ago
4:48
মই আজি নিজেই উপেক্ষিত ! যদি বহি দিওঁ কংগ্ৰেছে দিছপুৰ দখল কৰিব : জয়ন্ত দাস
ETVBHARAT
3 months ago
5:43
অসম বিধানসভা নিৰ্বাচন ২০২৬ : ৪২ নং বাক্সা সমষ্টিত মনোনয়ন দাখিল ৰাকেশ ব্ৰহ্মৰ
ETVBHARAT
3 months ago
5:35
অগ্নিসংযোগেৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ
ETVBHARAT
5 months ago
14:12
মৰ্মিতা মিত্ৰৰ গানে নচুৱালে মাজুলীৰ শ্ৰোতা-দৰ্শকক
ETVBHARAT
1 year ago
1:45
কন কন শিশুৰ ভোগালীৰ হাট মেলাত উছাহৰ জোৱাৰ । বৰপেটা শংকৰদেৱ শিশু নিকেতনত কন কন ছাত্ৰ ছাত্ৰীৰ বিশেষ ভোগালী হাট মেলা ।
ETVBHARAT
1 year ago
Comments