Skip to playerSkip to main content
  • 11 minutes ago
জনীয়া: বৰপেটা জিলাৰ মন্দিয়া সমষ্টিত পথ মেৰামতিৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে । ঠিকাদাৰ তথা পথ নিৰ্মাণৰ দায়িত্বত থকা লোকে বিধায়ক উন্নয়ন পুঁজিৰে পথ মেৰামতিৰ নামত ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । নামমাত্ৰ ছেণ্ড গ্ৰেভেল পেলাই পথ মেৰামতিৰ নামত আৱণ্টন হোৱা ৪ লাখ ১৫ হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ কৰিছে ৰাইজে ।অভিযোগ অনুসৰি মন্দিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ ৰামপুৰত লোকনিৰ্মাণ বিভাগৰ অধীনৰ পথৰ পৰা ৰামপুৰ বজাৰলৈ সংযোগ কৰা গুৰুত্বপূৰ্ণ পথটো মেৰামতিৰ বাবে জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে বিধায়ক উন্নয়ন পুঁজিৰ পৰা ৪ লাখ ১৫ হাজাৰ টকা আৱণ্টন দিছিল । কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কামৰ দায়িত্বত থকা ছাহজাহান আলী, আয়নাল হক, প্ৰাক্তন পঞ্চায়ত সভাপতি বাহাৰুল ইছলাম আৰু আব্দুল কৰিমে প্ৰায় ৩৮ হাজাৰ টকাৰ কাম কৰি আৱণ্টন হোৱা বাকী ধন আত্মসাৎ কৰে ।এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "শুনিছিলো ৪ লাখ ১৫ হাজাৰ টকাৰ কাম আহিছিল । কিন্তু ৩৮ হাজাৰ টকাৰ কাম হোৱা বুলি গম পাইছোঁ । ইয়াত বহুত কেলেংকাৰী হৈছে । পথৰ কাষত বান্ধ দিয়া নাই, আগতে মাটি পেলোৱা নাই, ৰ'লাৰ ব্যৱহাৰ কৰা নাই । বৰষুণ দিলে এইবোৰ ওলাই যায় ।" আন এগৰাকীয়ে কয়, "আমাৰ এই পথটো ভালদৰে মেৰামতি হ'ব লাগে । সোনকালে তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে ।" অঞ্চলটোৰ ৰাইজে শীঘ্ৰে এই সন্দৰ্ভত তদন্তৰ দাবী জনাইছে ।লগতে পঢ়ক :দহদিনৰ পাছতো মেৰামতি হোৱা নাই চিমেন নদীয়ে ভঙা ৰে’লৰ দলং, ক্ষোভিত জোনাইবাসী

Category

🗞
News
Transcript
00:27The
00:31.
01:00The local government are going to enter the areas without stopping for a single truck
01:09We have to go to the police to do their work
01:10The public government is only doing so many people who are involved in the vehicle
01:15But they are doing so many people who are involved in the vehicle
01:20I ate 300m.
01:22When we had a 100m, we would be able to live in 300m.
01:26We had a 500m for our work.
01:29We had to work together.
01:31We made the same.
01:34We didn't know the same.
01:38My wife was a lot of work.
01:40My wife was a lot of work.
01:44My wife also had a lot of work.
01:47I have known that this LAD funds were sanctioned in November.
01:52It was about 45,000.
01:54After that, they were working on 38,000.
01:59After that, I was told that there were 2-3 things in the village.
02:03What was the corruption?
02:04Yes, it was a corruption.
02:07This is a corruption in my village.
Comments

Recommended