Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
ধিং সমষ্টিত উন্নত জাতৰ ধানৰ বীজ বিতৰণ বিধায়ক মেহবুব মুক্তাৰৰ
19 minutes ago
ধিং : মৰিগাঁও জিলাৰ ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰে মঙলবাৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত কৃষকসকলৰ মাজত উন্নত মানৰ ধানৰ বীজ বিতৰণ কৰে । অসম চৰকাৰৰ কৃষি বিভাগৰ খেতি বচাও অভিযানৰ অংশ হিচাপে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযান আঁচনিৰ অধীনত ধিং সমষ্টিৰ পাঁচখন গাঁও পঞ্চায়তত এই বীজ বিতৰণ কৰা হয় ।নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে ধিং সমষ্টিৰ এহেজাৰৰো অধিক প্ৰগতিশীল কৃষকক CR-307 আৰু CR-310 জাতৰ উন্নত ধানৰ বীজ প্ৰদান কৰা হয় । বিশেষভাৱে, এই ধানৰ জাতসমূহ মধুমেহ ৰোগীৰ বাবে তুলনামূলকভাৱে উপযোগী গুণসম্পন্ন বুলি কৃষি বিশেষজ্ঞসকলে উল্লেখ কৰিছে ।বীজ বিতৰণ অনুষ্ঠানৰ সমান্তৰালভাৱে এখন কৃষি সজাগতা সভাও অনুষ্ঠিত হয় । সভাত উপস্থিত থাকি বিধায়ক মেহবুব মুক্তাৰে আধুনিক আৰু বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কৃষকসকলক উন্নত বীজ, সঠিক কৃষি পৰিচালনা আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে কেনেকৈ অধিক উৎপাদন লাভ কৰিব পাৰি, সেই বিষয়ে বিস্তৃতভাৱে অৱগত কৰে ।লগতে পঢ়ক : কণীযুক্ত মাছ ধৰা-বিক্ৰীত নিষেধাজ্ঞা ধুবুৰী মীন বিভাগৰ
Category
🗞
News
Transcript
Display full video transcript
00:29
Thank you very much.
00:59
Thank you very much.
01:00
Thank you very much.
Show less
Comments
Add your comment
Recommended
1:48
|
Up next
এচাৰিৰ আগত শিক্ষা, দুই ছাত্ৰক গুৰুলা-গুৰুলকৈ প্ৰহাৰ শিক্ষাকৰ
ETVBHARAT
3 days ago
1:16
শৰীৰত বিজেপি শীৰ্ষ নেতাৰ ছবি অংকন কৰি পদযাত্ৰা এজন বিজেপি সমৰ্থকৰ
ETVBHARAT
4 days ago
2:45
ৰাজ মিস্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ঘৰ বনোৱাত ব্যস্ত এজাক মহিলা
ETVBHARAT
5 days ago
2:17
জোনাইৰ বনবিভাগৰ সফলতা, উদ্ধাৰ দুডাল বিষাক্ত সাপ
ETVBHARAT
1 week ago
2:06
ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে উজলিল মাজুলীৰ জ্যোতিস্মান দত্ত
ETVBHARAT
2 weeks ago
2:16
বিশ্বনাথত অভিভাৱক মন্ত্ৰী ৰণোজ পেগু, সম্ভাৱ্য বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা মন্ত্ৰীগৰাকীৰ
ETVBHARAT
2 weeks ago
1:53
ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত বিশেষভাৱে সক্ষম অমৰ চাওৰাৰ সফলতা
ETVBHARAT
2 weeks ago
1:17
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী
ETVBHARAT
2 weeks ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
2 weeks ago
1:38
মালবাহী ট্ৰাকত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী টাটা মেজিকৰ, শিশুসহ পাঁচগৰাকী আহত
ETVBHARAT
3 weeks ago
1:34
উত্তৰ গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা, ৩ জনৰ মৃত্যু
ETVBHARAT
4 weeks ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
5 weeks ago
1:14
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ৰাইজ
ETVBHARAT
6 weeks ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
2 months ago
5:48
মাজুলীত দীক্ষুৰ গীতৰ যাদু : সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ ব’হাগী উৎসৱৰ সফল সামৰণি
ETVBHARAT
2 months ago
8:28
পুৰুষ নিষিদ্ধ এখন বিহু...সেই বিহু গাভৰুৰ বাবে বিশেষ কিয় ?
ETVBHARAT
2 months ago
1:42
শিলচৰৰ ২৯ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
ETVBHARAT
2 months ago
2:23
জোনাইত ভীমৰাও আম্বেদকাৰৰ ১৩৬ সংখ্যক জন্ম জয়ন্তী উদযাপন
ETVBHARAT
2 months ago
1:38
৯০খনৰো অধিক আসন লাভেৰে এনডিএৰ চৰকাৰ গঠন হ'ব: কামাখ্য প্ৰসাদ তাছা
ETVBHARAT
3 months ago
4:10
বহু প্ৰতিশ্ৰুতিৰে শেষৰটো দিনত মনোনয়ন দাখিল কৰিলে জীৱন চুতীয়াই
ETVBHARAT
3 months ago
4:11
মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ প্ৰাৰ্থী জগদীশ মদাহীৰ, মনোনয়ন দাখিল কৰিলে নৱ কুমাৰ শৰণীয়াইও
ETVBHARAT
3 months ago
4:56
মাজুলীৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৰ মনোনয়ন দাখিল
ETVBHARAT
3 months ago
6:07
বিধ্বস্ত যাতায়াত ব্যৱস্থাই যমৰ যাতনা ভোগাইছে জোনাইবাসীক
ETVBHARAT
3 months ago
4:07
ৰাইজৰ দলৰ প্ৰাৰ্থীক সমৰ্থন নকৰে মৰিয়নী সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে
ETVBHARAT
3 months ago
2:27
ಅಭಿವೃದ್ಧಿ ಯೋಜನೆ ಹೆಸರಲ್ಲಿ ರೈತರನ್ನು ಬೀದಿಗೆ ತರುವುದು ಬೇಡ: ಶಾಸಕ ದರ್ಶನ್ ಪುಟ್ಟಣ್ಣಯ್ಯ
ETVBHARAT
15 minutes ago
Comments