Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
বৰপেটাত জন ভাগিদাৰী অভিযান: জনজাতীয় লোকৰ সৰ্বাংগীন উন্নয়নেই প্ৰশাসনৰ লক্ষ্য
2 months ago
বৰপেটা: ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়ণ কৰা চলিত বৰ্ষৰ জনজাতি গৰিমা উৎসৱৰ অংশ হিচাপে সোমবাৰে বৰপেটা জিলাত জন ভাগিদাৰী অভিযান আৰম্ভ কৰা হয় । জিলাখনৰ চেঙা উন্নয়ন খণ্ডৰ অধীনৰ সুবাত এই কাৰ্যসূচী মুকলি কৰে জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝাই । সুবাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হয় । য’ত কৃষি, স্বাস্থ্য, ক্ৰীড়া আদিকে ধৰি চৰকাৰৰ বিভিন্ন বিভাগসমূহে অংশগ্ৰহণ কৰে ।উল্লেখ্য যে, সমাজৰ অন্তিমজন জনজাতীয় লোকৰ ওচৰলৈ চৰকাৰৰ জনকল্যাণকামী আঁচনিবোৰ লৈ যোৱাই হ'ল এই অভিযানৰ লক্ষ্য । বৰপেটা জিলাত অভিযান মুকলি কৰি জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই কয়, ‘‘জিলাখনত বাস কৰা জনজাতীয় লোকসকলৰ ওচৰলৈ এই অভিযান লৈ যোৱা হ’ব । ইয়াৰ জৰিয়তে জনজাতীয় লোকসকলৰ সৰ্বাংগীন বিকাশ তথা উন্নয়ন সাধন কৰাই হ'ল বৰপেটা জিলা প্ৰশাসনৰ লক্ষ্য ।’’লগতে পঢ়ক : পাঁচ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য়ৰে কান্ধত কোৰ লৈ ওলাল কামপুৰীয়া
Category
🗞
News
Transcript
Display full video transcript
00:00
.
00:00
.
00:00
.
00:00
.
00:01
.
00:29
Thank you very much.
00:36
Thank you very much.
Show less
Comments
Add your comment
Recommended
0:33
|
Up next
ডিমা হাছাওত শোকাবহ পথ দুৰ্ঘটনাত দুই যুৱকৰ মৃত্যু
ETVBHARAT
2 weeks ago
2:52
নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই
ETVBHARAT
2 weeks ago
1:07
সপোন পূৰণৰ দিশে সত্যজিত নৰহৰ আৰু এখোজ...
ETVBHARAT
2 weeks ago
2:11
মৰিগাঁৱত ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সন্মান সমাৰোহ: ৬ আগষ্টৰ পৰা দেশজুৰি নিচামুক্ত অভিযান
ETVBHARAT
2 weeks ago
0:55
গৰু-ছাগলী মাৰি অৱশেষত ৰণত পৰিল নাহৰফুটুকী
ETVBHARAT
3 weeks ago
6:10
ಸಿಡಬ್ಲ್ಯೂಆರ್ಸಿ ಆದೇಶ ಖಂಡಿಸಿ ಆ.13 ರಂದು ಕರ್ನಾಟಕ ಬಂದ್ಗೆ ಕರೆ
ETVBHARAT
33 minutes ago
4:21
ಸರ್ವಪಕ್ಷ ಸಭೆಯಲ್ಲಿ ಮುಂದಿನ ನಡೆ ಬಗ್ಗೆ ತೀರ್ಮಾನ; ರಾಜ್ಯ ಭೇಟಿಯನ್ನು ಮುಂದೂಡುವಂತೆ ತ.ನಾಡು ಸಿಎಂಗೆ ಮನವಿ: ಡಿ.ಕೆ.ಶಿವಕುಮಾರ್
ETVBHARAT
56 minutes ago
2:49
SBM की निदेशक और संयुक्त सचिव ने जल सहिया और पंचायत प्रतिनिधियों के साथ किया संवाद, कहा-राज्य का पहला ओडीएफ प्लस जिला बनेगा कोडरमा
ETVBHARAT
58 minutes ago
1:21
सरकार की टेंशन बढ़ाएंगे कर्मचारी, रक्षाबंधन से पहले DA DR बना मुद्दा, मंत्रालय घेराव की तैयारी
ETVBHARAT
1 hour ago
7:19
'चाकण एमआयडीसी'चे रस्ते खड्ड्यात; वाहतूक कोंडीमुळे उद्योगांना फटका; कामगारांमध्ये संताप
ETVBHARAT
1 hour ago
1:12
তিনিচুকীয়াৰ উন্নয়নত এখোজ; এ টি ৰোড-শ্ৰীপুৰীয়া সংযোগী উৰণ সেতু মুকলি
ETVBHARAT
5 weeks ago
4:30
পূৰ্বৰ সৌন্দৰ্যতা নাই বৃন্দাবনী বস্ত্ৰত : সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী
ETVBHARAT
5 weeks ago
1:23
চিলাপথাৰত ষ্ট্ৰিট লাইটৰ খুটাত বিদ্যুৎপৃষ্ঠ হৈ এজনৰ কৰুণ মৃত্যু
ETVBHARAT
6 weeks ago
2:35
মণিৰুদ্দিনৰ কামনাৰ বলি কিশোৰী, সংকটজনক অৱস্থাত চিকিৎসাধীন
ETVBHARAT
6 weeks ago
1:02
অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা শিলচৰ স্প’ৰ্টিং ক্লাবৰ ৯০ বছৰ সম্পূৰ্ণ
ETVBHARAT
6 weeks ago
1:44
মাজুলীত ১৫০০ লিটাৰ অবৈধ বিলাতী সুৰা ধ্বংস
ETVBHARAT
7 weeks ago
1:08
ড্ৰাগছসহ কলিয়াবৰ আৰক্ষীৰ জালত যাত্ৰীৰূপে অহা দুই সৰবৰাহকাৰী
ETVBHARAT
7 weeks ago
4:24
অসমত খিলঞ্জীয়া মানুহলৈ সংকট নামি আহিছে : লুৰীণজ্যোতি গগৈ
ETVBHARAT
2 months ago
1:09
চৰাইদেউৰ কামাণ্ডো শিৱিৰত ভয়ংকৰ ঘটনা, আত্মহত্যা জোৱানৰ
ETVBHARAT
2 months ago
1:28
হাতত নাই পাঠ্যপুথি ! কিতাপ অবিহনেই নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বহিব পৰীক্ষাত
ETVBHARAT
2 months ago
1:46
আজি গোঁসাই বিহু; অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন পীতাম্বৰ দেৱগোস্বামীৰ
ETVBHARAT
4 months ago
1:04
মৰিগাঁৱত পহিলা ব'হাগৰ পৰাই তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ ৰঙালী বিহু
ETVBHARAT
4 months ago
3:05
২৫ বছৰৰ পৰা ৰৈ আছিলো দলে মোক প্ৰাৰ্থিত্ব দিব বুলি : ভোটদানৰ পিছত আৱেগিকভাৱে ক’লে জয়ন্ত কুমাৰ দাসে
ETVBHARAT
4 months ago
2:21
মাজুলী কংগ্ৰেছৰ ৰেলীত বঙলমৰাৰ পৰা আনিছে মিঞা : ভূৱন গাম
ETVBHARAT
4 months ago
2:35
শক্তি প্ৰদৰ্শন কৰি সহস্ৰাধিক সমৰ্থকৰ সৈতে মনোনয়ন দাখিল ভূৱন গামৰ
ETVBHARAT
4 months ago
Comments