Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
তিনিচুকীয়াৰ উন্নয়নত এখোজ; এ টি ৰোড-শ্ৰীপুৰীয়া সংযোগী উৰণ সেতু মুকলি
2 days ago
তিনিচুকীয়া : সাত বছৰীয়া অপেক্ষাৰ অন্তত অৱশেষত ৰাইজৰ বাবে মুকলি হ’ল তিনিচুকীয়া চহৰৰ অতি গুৰুত্বপূৰ্ণ এ টি ৰোড–শ্ৰীপুৰীয়া সংযোগী উৰণ সেতুখন । ৭২০ মিটাৰ দৈৰ্ঘৰ মুঠ ৬৫ কোটি টকাৰ প্ৰকল্প ব্যয়ৰ অসম চৰকাৰৰ ৩৬ কোটি টকা আৰু ভাৰতীয় ৰে’লেৱেৰ ২৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই সেতুখন শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।সেতুখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘তিনিচুকীয়া নগৰৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে এ টি ৰোড-শ্ৰীপুৰীয়া পথত যানজঁটকে ধৰি ৰে’ল ক্ৰছিং সংক্ৰান্তীয় দুৰ্ঘটনা এই সেতুখনে হ্ৰাস কৰিব । ২০১৯ চনতে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত থাকি আধাৰশিলা স্থাপন কৰা এই উৰণ সেতুখন নিজ হাতেৰে মুকলি কৰিবলৈ পাই মই আনন্দিত হৈছো ৷’’লগতে পঢ়ক : কুঁৱাত পৰা ছাগলী উদ্ধাৰ কৰিবলৈ যোৱাই কাল হ'ল যুৱকৰ
Category
🗞
News
Transcript
Display full video transcript
00:00
yeah
00:01
yeah
00:01
um
00:02
I
00:32
Thank you very much.
00:55
Thank you very much.
01:02
Thank you very much.
Show less
Comments
Add your comment
Recommended
1:48
|
Up next
अरुणाचल प्रदेश में बाढ़ और भूस्खलनः BRO ने सिर्फ 36 घंटे में खोल दिया पहाड़ों का बंद रास्ता
ETVBHARAT
36 minutes ago
1:58
যোৰহাটত ড্ৰাগছসহ আটক সৰবৰাহকাৰী
ETVBHARAT
2 days ago
1:23
চিলাপথাৰত ষ্ট্ৰিট লাইটৰ খুটাত বিদ্যুৎপৃষ্ঠ হৈ এজনৰ কৰুণ মৃত্যু
ETVBHARAT
2 weeks ago
1:22
ক্ষেত্ৰীত বন্যহস্তীৰ ত্ৰাস: নোৱাগাঁৱত বাসগৃহ ক্ষতিসাধন, কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ
ETVBHARAT
2 weeks ago
2:39
মৰিগাঁও জিলা কাৰ্যালয়ত এইছপিভি ভেকচিন, পলিঅ’ প্ৰতিষেধক দিৱসক লৈ পৰ্যালোচনা
ETVBHARAT
3 weeks ago
1:08
ড্ৰাগছসহ কলিয়াবৰ আৰক্ষীৰ জালত যাত্ৰীৰূপে অহা দুই সৰবৰাহকাৰী
ETVBHARAT
3 weeks ago
0:55
जालौन के SDM रिंकू सिंह राही फिर विवादों में, ब्लाक प्रमुख को थप्पड़ मारने के प्रयास का आरोप, DM ने बैठाई जांच
ETVBHARAT
57 minutes ago
3:38
गाजीपुर में प्रशासन का बड़ा एक्शन; 22 कोचिंग-लाइब्रेरी सील, लखनऊ अग्निकांड के बाद कार्रवाई
ETVBHARAT
1 hour ago
1:10
Massive Fire Engulfs Bhubaneswar Market Building, Over 15 Garment Shops Completely Gutted.
ETVBHARAT
1 hour ago
2:02
ଭୁବନେଶ୍ୱର ମାର୍କେଟ ବିଲ୍ଡିଂରେ ଭୟଙ୍କର ଅଗ୍ନିକାଣ୍ଡ, ନିଆଁ ଆଁରେ ୧୫ରୁ ଅଧିକ ପୋଷାକ ଦୋକାନ
ETVBHARAT
1 hour ago
1:51
ব্ৰিটিছ পাৰ্লিয়ামেণ্টত বাজিব অসমৰ সত্ৰীয়া সংস্কৃতিৰ জয়ধ্বনি
ETVBHARAT
3 weeks ago
1:28
হাতত নাই পাঠ্যপুথি ! কিতাপ অবিহনেই নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বহিব পৰীক্ষাত
ETVBHARAT
4 weeks ago
1:18
ধুবুৰীত গো-মাংসৰ বিৰুদ্ধে অভিযান, চাৰিজনক আটক
ETVBHARAT
5 weeks ago
1:11
বাৰ্ষিক মহাপালনাম কীৰ্তনৰ সামৰণিত ভাগৱত ভ্ৰমণ
ETVBHARAT
2 months ago
4:57
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত নাম-কীৰ্তনৰে ভগৱন্তৰ চৰণত শিৱম ট্ৰান্সকন প্ৰাইভেট লিমিটেডে
ETVBHARAT
2 months ago
1:36
সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ এটি শিশু
ETVBHARAT
2 months ago
2:30
উখল-মাখল পৰিৱেশেৰে আৰম্ভ ৬৪ সংখ্যক মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলন
ETVBHARAT
2 months ago
2:19
মৰিগাঁৱত বীৰাংগনা সতী সাধনী দিৱস উদযাপন
ETVBHARAT
2 months ago
1:20
যোৰহাটত দাওদাওকৈ জ্বলিল বাহন
ETVBHARAT
2 months ago
4:50
মৰিগাঁৱত শতাব্দী প্ৰাচীন পৰম্পৰাৰে গোঁসাই উলিওৱা মেলা
ETVBHARAT
2 months ago
2:51
সোণাপুৰৰ জুবিন ক্ষেত্ৰত অঞ্জলি মহন্তৰ ‘নিঃসংগতাৰ মৌন আলাপ’ উন্মোচন
ETVBHARAT
2 months ago
2:57
মাহ-হালধিৰে গৰু গা ধুৱাই আনন্দত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
3 months ago
2:04
নতুন দিল্লীত ৰাষ্ট্ৰীয় যুৱ সংসদত অসমৰ শিক্ষাৰ্থীৰ সাফল্য
ETVBHARAT
3 months ago
1:23
বিধানসভাত নাৰী-যুৱ প্ৰজন্মৰ অধিক অংশগ্ৰহণ বিচাৰে কণ্ঠশিল্পী দীপলিনা ডেকাই
ETVBHARAT
3 months ago
2:39
ভোটাৰৰ ভিৰ দেখি উৎফুল্লিত জয়ন্ত মল্ল, সপৰিয়ালে ভোটদান নলবাৰীত
ETVBHARAT
3 months ago
Comments