Skip to playerSkip to main content
  • 1 week ago
যোৰহাট : বলিয়া বানৰ তাণ্ডৱৰ সমান্তৰালকৈ দেৰগাঁৱৰ বানপীড়িত অঞ্চলসমূহত সৃষ্টি হৈছে চৰম অ-স্বাস্থ্যকৰ পৰিৱেশ । বিশেষকৈ যোৰহাট জিলাৰ কাষৰীয়া দেৰগাঁৱৰ কাকডোঙা অঞ্চলটোৰ চৌদিশে বিয়পি পৰা আৱৰ্জনাৰ দুৰ্গন্ধ, মহ-মাখি, সাপ-বেঙৰ বাবে জনজীৱন বিপৰ্যস্ত হৈছে । কিন্তু বন্যাৰ্তৰ সহায়ৰ বাবে স্বাস্থ্য বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগ আৰু স্থানীয় বিধায়কক বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে বানাক্ৰান্ত ৰাইজে ৷ এগৰাকী বানাক্ৰান্তই কয়,"আমাৰ ঘৰৰ ভিতৰসমূহত সাপ-বেং, কেচু, পোক-পতংগ আছে ৷ ঘৰৰ চৌহদত আৱৰ্জনা আৰু দুৰ্গন্ধময় পৰিৱেশ ৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমাক ব্লিছিং পাউদাৰ, ফেনাইল আদি দৰৱ দিয়াৰ ব্যৱস্থা কৰক ৷ পাঁচৰ পৰা ছয় দিন ধৰি আমাৰ ঘৰ বাৰী পানীৰ তলত আৰু এতিয়া অলপ পানী কমিছে ।"তেওঁ লগতে কয়,"আমাক  ব্লিছিং পাউদাৰ, ফেনাইল আদি দৰৱ দিয়াৰ ব্যৱস্থাৰ লগতে আমাৰ অঞ্চলত স্বাস্থ্য শিবিৰ পাতিবলৈ দেৰগাঁৱৰ বিধায়ক মৃদুল কুমাৰ দত্তলৈ আহ্বান জনাইছো ৷" উল্লেখ্য যে, গেলাবিল নদীৰ বাঢ়নি পানীয়ে দেৰগাঁও সমষ্টিৰ প্ৰায় ১০হাজাৰ লোকক ক্ষতিগ্ৰস্ত কৰিলে ৷লগতে পঢ়ক: অসমত কেন্দ্ৰীয় প্ৰতিনিধি দল; চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক

Category

🗞
News
Transcript
00:03.
00:04When I was born, I was a child in the dry, but I had a good medicine for my wife.
00:14When I was born, I was born and I was a father and I was a child.
00:18When I was born, I was born and I was a child.
00:23What day did you do?
00:25For five days or so, I was a child in the water.
00:29The water is a child.
00:30Do you know that the people are making money?
00:34When they were making money, they would have to pay for the public.
00:40They would have to pay for their money.
00:43When they were making money, they would have to pay for the money.
00:54But they would have to pay for their money.
00:58The river can you?
00:58It is a river to make your house.
01:00Yes, it is a river to make a hand.
01:04This is the river to make a horsefire and have a house.
01:07It is the river to make your house.
01:08This river cannot be used to make a house.
Comments

Recommended