Skip to playerSkip to main content
  • 14 hours ago
যোৰহাট : দেওবাৰে যোৰহাট উপস্থিত হয় ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত  ৷ বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত আমি সদা প্ৰস্তুত আছো বুলি উল্লেখ কৰে মন্ত্ৰী বৰাই ৷ প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মুখামুখি হ'বলৈ সাজু বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয়,"আমি প্ৰতিখন জিলাতে প্ৰতিটো ৰাজহ চক্ৰত সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাখিছো ৷ এছডিআৰএফ, এনডিআৰএফ আৰু উদ্ধাৰকাৰী দল অসমৰ বিভিন্ন ঠাইত এটা স্থানৰ পৰা অন্য এটা স্থানলৈ অতি কম সময়ত যাব পৰাকৈ কেম্প কৰি ৰখা হৈছে ।"তেওঁ ৰাজ্যৰ ৰাজহ বিভাগৰ সংস্কাৰ কৰাৰ কথা উল্লেখ কৰি কয়,"এটা বিধানসভা সমষ্টিৰ এলেকাৰ পৰা আন এটা বিধানসভা সমষ্টিলকৈ যাতে ৰাজহ চক্ৰটো নাযায় । এজন বিধায়কে নিজৰ সমষ্টিতে থাকি ৰাজহ বিভাগৰ কাম-কাজ কৰিব পাৰে । আমি ১৫টা সমষ্টিত ৰাজহ চক্ৰৰ নতুন কাৰ্যালয় সৃষ্টি কৰিব বিচাৰিছো ৷ ইয়াৰ পূৰ্বে আমাৰ ৪টা ৰাজহ চক্ৰ সম্পূৰ্ণভাৱে আছিল, তেওঁলোকৰ পদৱী বিলাক অনুমোদন নাছিল ৷ সেয়েহে সৰ্বমুঠ ১৯টা পদৱী অনুমোদন হ'ব আৰু ৰাজহ চক্ৰৰ হ'ব ।"লগতে পঢ়ক: তিনি জিলাত হোৱা ভয়াবহ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী, চাৰি মন্ত্ৰীলৈ তাৎক্ষণিক নিৰ্দেশ

Category

🗞
News
Transcript
00:03I would like to thank you very much for the support of the government and the government and the government
00:09and the government.
00:13,
00:14,
00:14,
00:14,
00:18,
00:19,
00:20The police are going to disappear now, they are going to be a little bit more than possible in the
00:29city.
00:32I have been given to the police to the police, and the police are going to be the police.
00:40......
00:40.........
00:42..
00:44.....
00:46....
00:47....
00:47I am going to work on the streets of the city.
00:53First, we need to work on the streets of the city and the city.
01:05We need to do the streets of the city.
01:12Thank you very much.
01:45Thank you very much.
Comments

Recommended