Skip to playerSkip to main content
  • 1 day ago
দক্ষিণ শালমাৰা মানকাচৰ : সদ্য ঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ মাতিনেৰ চৰ গাঁৱৰ বাসিন্দা হাফিজ জাহিৰুল ইছলাম শ্বেখৰ পুত্ৰ জাকাৰিয়া ইছলাম শ্বেখ । জাহিৰুল ইছলাম সেখ পেছাত এজন পৰ্টেলৰ সাংবাদিক ।সৰ্বভাৰতীয় নীট পৰীক্ষাত ৫৪৩ নম্বৰ লাভ কৰা জাকাৰিয়া ইছলাম শ্বেখ কয়, ‘‘ভালে লাগিছে, ইমান দূৰ আহিম বুলি ভবা নাছিলো । মোৰ শিক্ষক/শিক্ষয়িত্ৰীসকলেও মোক বহুত সহায় কৰিছে । মই হোজাই আজমল ছুপাৰ ৪০ ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৮ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছো । মই মাদ্ৰাছাত পঢ়িছো । মাদ্ৰাছাত পঢ়াৰ পাছত অষ্টম শ্ৰেণীৰ পৰা স্কুলত ভৰ্তি হৈছিলো । তাৰ পাছত এইটো সপোন পূৰ গ'ল ।’’জাহিৰুল ইছলাম শ্বেখ পুত্ৰৰ সফলতাত আনন্দ প্ৰকাশ কৰি কয়, ‘‘মৌলানা বদৰউদ্দিন আজমলক ধন্যবাদ জনাইছো । মৌলানা বদৰউদ্দিন আজমলৰ সহায়ত মোৰ পুত্ৰ আজি চিকিৎসক হ'ব । তেখেতৰ সহায়ৰ কাৰণে মোৰ সপোন পূৰণ হ'ল ৷তেওঁ আৰু কয়, ‘‘আমি দুখীয়া মানুহ । দুখীয়া মানুহৰ দুখ দৰত বুজি পাওঁ । আমাৰ ল’ৰাৰ প্ৰতি এটা উপদেশ থাকিব - ল’ৰাই যাতে দুখীয়া মানুহক মৰম বা সহানুভূতি দেখুৱায় ।’’ লগতে পঢ়ক : নীটত উত্তীৰ্ণ হৈ দৰঙলৈ সুনাম কঢ়িয়ালে তেজস প্ৰতীম চহৰীয়াইলগতে পঢ়ক : কলগাছিয়াৰ আজমল ছুপাৰ ৪০ৰ সফলতা; নীটত উত্তীৰ্ণ ২৪ গৰাকী শিক্ষাৰ্থী

Category

🗞
News
Transcript
00:00I was able to go to a doctor and get sick.
00:06I couldn't get sick, but I couldn't get sick.
00:10I was able to bring my doctor.
00:15I was able to get a doctor, so I was able to get sick.
00:19So I was able to get sick.
00:21I was able to get sick.
00:23I was able to get sick and say,
00:27I was thinking, how did I do this?
00:29I came to a doctor that didn't work.
00:34I was doing a doctor that took me in two months.
00:37I had to get a look at how I do this abroad.
00:41I didn't know that I had to leave a doctor in the hospital.
00:48I was doing a doctor.
00:49I was doing an ordinary job so I went to my hospital.
00:53I came to a doctor with Mark Yanyan.
00:58I am a doctorate in the hospital.
01:02I am a doctorate, I am a doctorate.
01:06I am a doctorate.
01:06I am a doctorate.
01:20I'm gonna go up and get some help.
01:25I'm gonna go up and get some help.
01:30I'm gonna go up and get some help.
01:35ཆ ཆ སར ཨམ སྲམ སྲའར སྲབ སྲའར ཉંར ཪགསར ར སར སར གསྲབ
01:37help
01:39first time
01:43super 40
01:45super 40
01:49SLC 88
01:51I think
01:52I think
01:53I think
01:54I think
01:54I think
01:56I think
02:04some other
02:07I think
02:08a hospital
02:09I think
02:09hospital
02:10that's
02:12a hospital
02:17hospital
02:19hospital
02:44Thank you very much.
03:17Thank you very much.
Comments

Recommended