Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
সমাজকৰ্মী দ্বীপেন দত্তক 'ধনশিৰি উপত্যকা বঁটা' প্ৰদান গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ
7 weeks ago
গোলাঘাট : মঙলবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৬৫ সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী আৰম্ভ হয় । বিভিন্ন জাতি-জনগোষ্ঠীৰ বিশাল সমাৱেশেৰে মিলনভূমিত পৰিণত হয় গোলাঘাট নগৰৰ ৰাজহুৱা খেলপথাৰৰ জুবিন গাৰ্গ ক্ষেত্ৰ । পুৱাই পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হোৱা পাছতে বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে ।উদ্বোধনী ভাষণত আছুৰ নেতাগৰাকীয়ে কয় যে, অসমীয়া জাতিক অধিক শক্তিশালী কৰাৰ বাবে এই বিহুতে আমি পণ ল'ব লাগিব । এটা জাতিৰ স্বকীয় পৰিচয় হৈছে ভাষা, সাহিত্য আৰু সংস্কৃতি । অসমীয়া ভাষা-সাহিত্য, সংস্কৃতিক শক্তিশালী ৰূপেৰে আগুৱাই নিলেহে অসমীয়া জাতি শক্তিশালী হ'ব বুলি তেওঁ উল্লেখ কৰে ।আনহাতে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰবীণ সাংবাদিক, সমাজকৰ্মী দ্বীপেন দত্তক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে 'ধনশিৰি উপত্যকা বঁটা' প্ৰদান কৰা হয় । লগতে পঢ়ক:বিজ্ঞান শাখাত ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণৰে উজলিল সৰুপথাৰৰ চৰকাৰী খণ্ডৰ বিদ্যালয়
Category
🗞
News
Transcript
Display full video transcript
00:29
Thank you so much for joining us.
00:59
Thank you so much for joining us.
Show less
Comments
Add your comment
Recommended
2:17
|
Up next
জোনাইৰ বনবিভাগৰ সফলতা, উদ্ধাৰ দুডাল বিষাক্ত সাপ
ETVBHARAT
2 days ago
2:16
বিশ্বনাথত অভিভাৱক মন্ত্ৰী ৰণোজ পেগু, সম্ভাৱ্য বান পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা মন্ত্ৰীগৰাকীৰ
ETVBHARAT
3 days ago
1:53
ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত বিশেষভাৱে সক্ষম অমৰ চাওৰাৰ সফলতা
ETVBHARAT
4 days ago
1:17
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী
ETVBHARAT
5 days ago
2:15
নগাঁৱৰ হোটেল-ৰেস্তোঁৰাত ঘৰুৱা গেছ চিলিণ্ডাৰ ব্যৱহাৰ
ETVBHARAT
1 week ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
1 week ago
4:52
উত্তৰ প্ৰদেশলৈ প্ৰেৰণৰ বাবে সাজু কৰোতেই ট্ৰাকসহ ৮২৫ টা চুৰি বেটাৰী জব্দ
ETVBHARAT
1 week ago
1:38
মালবাহী ট্ৰাকত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী টাটা মেজিকৰ, শিশুসহ পাঁচগৰাকী আহত
ETVBHARAT
2 weeks ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
4 weeks ago
1:14
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল ৰাইজ
ETVBHARAT
5 weeks ago
2:31
প্ৰচণ্ড ধুমুহাত প্ৰকাণ্ড গছ আধাতে ভাঙি তচনচ কৰিলে সপোনৰ এটি ঘৰ
ETVBHARAT
7 weeks ago
5:48
মাজুলীত দীক্ষুৰ গীতৰ যাদু : সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ ব’হাগী উৎসৱৰ সফল সামৰণি
ETVBHARAT
2 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
2 months ago
0:30
গৰু বিহুৰ দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত শোকাবহ ঘটনা
ETVBHARAT
2 months ago
2:23
জোনাইত ভীমৰাও আম্বেদকাৰৰ ১৩৬ সংখ্যক জন্ম জয়ন্তী উদযাপন
ETVBHARAT
2 months ago
1:36
অধিকাৰ সাব্যস্ত কৰিবলৈ জনতা ওলাই অহাটো গণতন্ত্ৰৰ শুভ লক্ষণ: এ কে ৰছিদ আলম
ETVBHARAT
2 months ago
1:38
৯০খনৰো অধিক আসন লাভেৰে এনডিএৰ চৰকাৰ গঠন হ'ব: কামাখ্য প্ৰসাদ তাছা
ETVBHARAT
2 months ago
1:24
পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে সাংসদ ৰকিবুল হুছেইনে
ETVBHARAT
2 months ago
4:10
বহু প্ৰতিশ্ৰুতিৰে শেষৰটো দিনত মনোনয়ন দাখিল কৰিলে জীৱন চুতীয়াই
ETVBHARAT
3 months ago
3:29
অসমৰ খিলঞ্জীয়াক আগ্ৰাসনৰ পৰা সুৰক্ষা, সৰ্বাংগীন বিকাশ আমাৰ লক্ষ্য : জয়ন্ত মল্লবৰুৱা
ETVBHARAT
3 months ago
4:56
মাজুলীৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৰ মনোনয়ন দাখিল
ETVBHARAT
3 months ago
6:07
বিধ্বস্ত যাতায়াত ব্যৱস্থাই যমৰ যাতনা ভোগাইছে জোনাইবাসীক
ETVBHARAT
3 months ago
4:07
ৰাইজৰ দলৰ প্ৰাৰ্থীক সমৰ্থন নকৰে মৰিয়নী সমষ্টিৰ কংগ্ৰেছ কৰ্মীয়ে
ETVBHARAT
3 months ago
2:46
পবিত্ৰ মাৰ্ঘেৰিটাক লগত লৈ নাজিৰাৰ পৰা ময়ূৰ বৰগোহাঁইৰ মনোনয়ন দাখিল
ETVBHARAT
3 months ago
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
1 year ago
Comments