Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
বিহু নাচি, গামোচা পিন্ধাই ভোটকেন্দ্ৰলৈ পঠিয়ালে বিষয়া-কৰ্মচাৰীক
3 months ago
নগাঁও : ৯ এপ্ৰিলত অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ইতিমধ্যে প'লিং বিষয়া আৰু প্ৰিজাইডিং বিষয়াকে ধৰি সকলো ভোটকেন্দ্ৰসমূহলৈ ৰাওনা হৈছে । তাৰ মাজতে নগাঁৱত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । ভোটকেন্দ্ৰলৈ ৰাওনা হোৱা বিষয়াসকলক প্ৰতিগৰাকীকে গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে বিহু নৃত্যৰ মাজেৰে বিদায় দিয়া হয় । জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নিজেই এই পদক্ষেপৰ নেতৃত্ব লয় । প্ৰথমে নেহৰুবালি আৰু তাৰ পিছত ডছন খেলপথাৰৰ পৰা এনেদৰে উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে বিষয়া-কৰ্মচাৰীসকলক বিদায় দিয়া হয় । কেৱল এয়াই নহয় বিষয়াসকলৰ সৈতে বিহুও নাচিলে জিলা আয়ুক্তগৰাকীয়ে । জিলা প্ৰশাসনৰ এই পদক্ষেপত আনন্দিত বিষয়া তথা কৰ্মচাৰীসকল । আয়ুক্তগৰাকীয়ে কয়, "কোনোৱে যাতে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি নকৰে আমি শান্তিপূৰ্ণভাৱে যাতে নিৰ্বাচন পাতিব পাৰো তাৰ বাবে আহ্বান জনালো ।" উল্লেখ্য যে নগাঁও জিলাৰ মুঠ ১৮৬৮ টা ভোটকেন্দ্ৰৰ বাবে নিয়োজিত মুঠ ৮,২২১ গৰাকী প'লিং আৰু প্ৰিজাইডিং বিষয়াই ষ্ট্ৰং ৰুমৰ পৰা নিৰ্বাচনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী লৈ নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হয় ।লগতে পঢ়ক :বিধানসভা নিৰ্বাচন : ৭২২ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে
Category
🗞
News
Transcript
Display full video transcript
00:29
The
00:29
council
00:29
bill
00:57
Thank you very much.
01:29
Thank you very much.
Show less
Comments
Add your comment
Recommended
1:18
|
Up next
ফৰ্মেলিনভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, জাতিংগা নদীৰ পানী ব্য়ৱহাৰ নকৰিবলৈ আহ্বান
ETVBHARAT
6 days ago
4:52
কামাখ্যাত যোগাভ্যাস প্ৰদৰ্শনেৰে যোগ দিৱস পালন সাধু-সন্তৰ
ETVBHARAT
3 weeks ago
1:17
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী
ETVBHARAT
4 weeks ago
2:25
বজ্ৰপাতে প্ৰাণ ল'লে বিএছএফ জোৱানৰ, তিনিচুকীয়াত শোকৰ ছাঁ
ETVBHARAT
5 weeks ago
1:34
উত্তৰ গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনা, ৩ জনৰ মৃত্যু
ETVBHARAT
6 weeks ago
2:00
IIT कानपुर और CSJMU में संचालित होगा सुपर स्पेशियलिटी हॉस्पिटल; मरीजों को मिलेगी राहत
ETVBHARAT
3 hours ago
1:10
'ईरान के साथ सीजफायर खत्म, अब नहीं करना चाहते डील', डोनाल्ड ट्रंप का बड़ा ऐलान
ETVBHARAT
11 hours ago
4:01
अरुणाचल प्रदेश: लोअर सियांग में बाढ़ ने मचाई भारी तबाही, लोगों ने तुरंत मदद की लगाई गुहार
ETVBHARAT
11 hours ago
1:49
धमतरी नगर निगम में भाजपा पार्षद का फूटा गुस्सा, बोलीं- कचरा उठाकर आयुक्त के घर डाल दो
ETVBHARAT
11 hours ago
7:27
जबलपुर की शैली धोपे का कमाल, जो बच्चे सुन नहीं सकते म्यूजिक बजते ही थिरकने लगते हैं
ETVBHARAT
11 hours ago
1:18
এনডিএ মিত্ৰজোঁটৰ ভিতৰত অভিলেখ গঢ়িলে পীযুষ হাজৰীকাই
ETVBHARAT
2 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
2 months ago
2:17
পুৱা ৮ বজাৰ পৰা ভোটগণনা; কেনেদৰে সাজু হৈছে ধেমাজি জিলা প্ৰশাসন ?
ETVBHARAT
2 months ago
2:31
প্ৰচণ্ড ধুমুহাত প্ৰকাণ্ড গছ আধাতে ভাঙি তচনচ কৰিলে সপোনৰ এটি ঘৰ
ETVBHARAT
2 months ago
1:50
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু
ETVBHARAT
3 months ago
5:48
মাজুলীত দীক্ষুৰ গীতৰ যাদু : সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ ব’হাগী উৎসৱৰ সফল সামৰণি
ETVBHARAT
3 months ago
1:42
শিলচৰৰ ২৯ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
ETVBHARAT
3 months ago
7:43
কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ পহিলা ব’হাগত ৰঙালী বিহু উদযাপন
ETVBHARAT
3 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
3 months ago
0:30
গৰু বিহুৰ দিনাই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত শোকাবহ ঘটনা
ETVBHARAT
3 months ago
2:23
জোনাইত ভীমৰাও আম্বেদকাৰৰ ১৩৬ সংখ্যক জন্ম জয়ন্তী উদযাপন
ETVBHARAT
3 months ago
1:38
৯০খনৰো অধিক আসন লাভেৰে এনডিএৰ চৰকাৰ গঠন হ'ব: কামাখ্য প্ৰসাদ তাছা
ETVBHARAT
3 months ago
4:48
নলবাৰী জিলাৰ ৬ লক্ষাধিক ভোটাৰৰ বাবে ৮২৫ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া
ETVBHARAT
3 months ago
4:11
মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ প্ৰাৰ্থী জগদীশ মদাহীৰ, মনোনয়ন দাখিল কৰিলে নৱ কুমাৰ শৰণীয়াইও
ETVBHARAT
4 months ago
2:06
মনোনয়নৰ অন্তিমটো দিন : জয়ৰ আশা বুকুত লৈ দ্বিতীয়বাৰৰ বাবে ৰাতুল পাটোৱাৰীৰ মনোনয়ন দাখিল
ETVBHARAT
4 months ago
Comments