Skip to playerSkip to main content
  • 13 minutes ago
নাজিৰা : নাজিৰাৰ বানাক্ৰান্ত চন্টক বৰ মিছিং গাঁৱৰ ৰাইজৰ কাষত প্ৰাক্তন সাংসদ, মন্ত্ৰী তথা অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা উপস্থিত হয় ৷ শনিবাৰে চন্টক বৰ মিছিং গাঁৱত বানত ক্ষতিগ্ৰস্ত ১০০টা পৰিয়ালক বান সাহায্য আগবঢ়ায় ৷ উল্লেখ্য যে, এমাহৰ পেঞ্চনৰ ধনেৰে বন্যাৰ্তৰ কাষত নেতাগৰাকী উপস্থিত হয় ৷প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াক লগত লৈ সাহাৰ্য সামগ্ৰী বিতৰণ কৰি নেতাগৰাকীয়ে কয়,"মই পেঞ্চন ভোগী ৷ সেয়ে এমাহৰ পেঞ্চনেৰ ধনেৰে বন্যাৰ্তক কিঞ্চিত মান সহায় কৰাৰ চেষ্টা কৰিলো ৷ য'ত এতিয়াও উপযুক্ত সাহাৰ্য পোৱা নাই সেই স্থান চিনাক্ত কৰি ১০০টা পৰিয়ালক কিছু সামগ্ৰী দিয়াৰ চেষ্টা কৰিলো ৷ ১৫ দিন ধৰি অসমৰ বাহিৰত থকাৰ বাবে বানপানীৰ সময়ত বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ আহিব পৰা নাছিলো ।"লগতে পঢ়ক : অসমৰ বান ৰাষ্ট্ৰীয় সমস্যাৰ বিপৰীতে ৰাষ্ট্ৰীয় সমাধানহে হ’ব লাগে : মুখ্যমন্ত্ৰী

Category

🗞
News
Transcript
00:00That has been a long time for the day of the year.
00:04That's how we got to know that I'm going to get to the next year.
00:07It's been a long time since I was a part of the year.
00:11So I realized the lack of a daily basis.
00:12But I thought there was a problem.
00:16I've been able to get to the next year and to get to the next year.
00:18I was getting a pension at the time.
00:22I was able to get a pension in terms of Dependent.
00:26I was in a certain way and am the working process of an inside.
00:50Thank you very much.
01:00I'm going to take a look at this, and I'm going to take a look at this.
Comments

Recommended