Skip to playerSkip to main content
  • 5 hours ago
বঙাইগাঁও : এক ৰহস্যজনক অৱস্থাত সোমবাৰে নিশা অভয়াপুৰীৰ বড়িগাঁও পাহাৰতলীৰ এটা পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ মৃত লোকজন অভয়াপুৰীৰ নীলমণি ৰায়ৰ বুলি চিনাক্ত কৰা হৈছে ৷ একাংশ পথচাৰীয়ে পাহাৰতলীত পথৰ কাষতে সোমবাৰে নিশা প্ৰায় ১০:৩০ বজাত এখন মটৰ চাইকেল প্ৰত্যক্ষ কৰে ৷ তাৰ পাছতে সন্দেহৱশতঃ বিচাৰ খোচাৰ কৰাত পুখুৰীৰ মাজভাগত নীলমণি ৰায়ৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এগাৰকী সাংস্কৃতিক কৰ্মী তথা অভয়াপুৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰাক্তন আচাৰ্য আছিল নীলমণি ৷মৃতকৰ এগৰাকী আত্মীয়ই কয়, ‘‘মোক গাঁৱৰে এজন লোকে ফোন কৰি এটা পুখুৰীৰ কাষত নীলমণিৰ কেৱল বাইকখন উদ্ধাৰ কৰা হৈছে ৷ আমি ঘটনাস্থলীত আহি বাইকখনৰ লগতে পুখুৰীৰ মাজ ভাগত তেওঁৰ হেলমেটটো প্ৰত্যক্ষ কৰো ৷ এই বিষয়ে আৰক্ষীক অৱগত কৰাৰ পাছতে গাঁৱৰে এজন লোকে পুখুৰীৰ মাজলৈ গৈ নীলমণিৰ মৃতদেহটো উদ্ধাৰ কৰে ৷’’তেওঁ আৰু কয়, ‘‘আমি এতিয়ালৈকে কাকো সন্দেহ কৰা নাই ৷ কাৰণ বাৰিষাৰ বতৰ, সম্ভৱতঃ কোনো কাৰণত পুখুৰীৰ কাষলৈ যোৱাত হঠাতে পিছলি তাত পৰি যায় আৰু এই ঘটনাটো সংঘটিত হয় ৷’’ইফালে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আৰক্ষীৰ তদন্তৰ পাছতে এই ঘটনাৰ সঠিক তথ্য পোহৰলৈ আহিব ৷লগতে পঢ়ক : বোৱঁতী ধলে উটুৱাই নিলে মহিলাক

Category

🗞
News
Transcript
00:00I spent the night and was getting good...
00:07...and now the accident came.
00:11I measured the times and I was willing to carry out...
00:15...but why don't I have a human being...
00:19I was here for my life...
00:22...I was expecting someone to play...
00:25...and I was expecting...
00:29I can't get fat in my hands.
00:36Even if I'm so worried, I can't get fat in my mouth...
00:39I have to get fat in my mouth.
00:41We have to get fat in my mouth.
00:42I've had to get fat in my mouth.
00:43My mouth is Tall and I'm just tired.
00:50I was not tired.
00:53I was talking to people who were deaf,
00:55so I don't know how to get fat.
00:56We almost came to town of the village, but we died.
01:02We died in the village, so it was a few women who were killed,
01:06but they found me that we didn't know what happened.
01:12I mean, here's the village that we see in this village,
01:15and in the village, it's been in the village,
01:19and there would be some people in the village such as other villages.
01:24I don't know what happened.
01:30I don't know what happened.
01:33I don't know where the city was, I think.
01:36I was very upset.
01:39I had to meet the people I had to meet.
01:51This is the situation.
01:54What does this situation happen?
01:58What can we do when a car accident happens?
02:02The accident caused by a fire accident.
02:05The fire has no protection.
02:11The accident caused by a fire accident.
02:15The fire caused by a fire accident.
02:18We have a helmet, a dress, a sandals.
02:25We have a lot of people.
02:27We have a lot of people.
02:28We have a lot of people.
Comments

Recommended