Skip to playerSkip to main content
  • 8 hours ago
নুমলীগড় গ্ৰাম্য আৰক্ষী থানাৰ অন্তৰ্গত মাধৱপুৰত বিদ্যুৎস্পৃষ্ট হৈ দুই কণমানিৰ মৃত্যু । বন্যহস্তীক ভেটিবলৈ স্থাপন কৰা বৈদ্যুতিক তাঁৰত লাগি শিশু দুটিৰ মৃত্যু হয় ।

Category

🗞
News
Comments

Recommended