Skip to playerSkip to main content
  • 3 hours ago
জোনাই : ৰাজ্যিক বাজেটত অসম চুক্তিৰ ছয় নং দফাৰ বাবে পৃথক পুঁজি আৱণ্টন নকৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই ৷ জোনাই অনুষ্ঠিত ১৭ তম টিএমপিকেৰ সাধাৰণ অধিৱেশনত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্যই কয়,"যোৱা বৰ্ষৰ ৰাজ্যিক বাজেটত অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ শীৰ্ষক এক সুকীয়া শিতানত পুঁজি আৱণ্টন কৰা । কিন্তু আৱণ্টিত পুঁজিৰ সিংহভাগ আজিলৈকে মুকলি নকৰিলে ৷"তেওঁ লগতে কয়,"অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ উদ্দেশ্যে অসম চুক্তিৰ ছয় নং দফাৰ বাবে এইবাৰৰ ৰাজ্যিক বাজেটত কোনো নিৰ্দিষ্ট পুঁজি ধাৰ্য্য নকৰিলে ৷ সেয়ে আজি আছুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে । অসম চুক্তিৰ ছয় নং দফাৰ পূৰ্ণাংগ ৰূপায়ণ নিশ্চিত কৰিবলৈ চৰকাৰে শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ইয়াৰ বাবে পৃথক পুঁজি আৱণ্টন কৰাৰ বাবে চৰকাৰক দাবী জনায় ।"লগতে পঢ়ক: নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ নকৰিব: পৰেশ বৰুৱা বিষয়ত মুখ্যমন্ত্ৰীক সকীয়নি মীৰা বৰঠাকুৰৰ

Category

🗞
News
Transcript
00:00Hi, I am very grateful to be all I'm doing.
00:02I am doing the research in the Office of the Labor Authority.
00:08For this moment, the former Diplomous Committee is the work I am doing.
00:12When I am doing this, I am doing this Deplomous Committee before all I am doing.
00:19I am doing this very hard Mr. Dr. Himantho.
00:22I am working the Department of Dr. Dr. Hiramanta,
00:22and at that time, I am working on this Department of Labor,
00:29In a sitting room there is no body jus this in the theater and there is no body.
00:36So the population has come in the room, there is no body in the room, no body in the room.
00:44As a result, there's no body in the room have come up and no body in the room.
00:53And this panel is about 30 people.
00:58There are 32 numbers, 15, 16, 21, 22, 23, and 33 numbers.
01:08This is the number of 3.
01:12It is the number of 5.
01:13We have 100 numbers of 5.
01:15The number of 5 numbers in the BPLP committee is the number of 5.
01:18The members of the government were lost in the country.
01:21And we have a list of 3.
01:22and a strong
01:22good
01:23that
01:23it's
01:23good
01:23good
01:24good
01:27good
01:28good
01:29good
01:33good
01:37good
01:38good
01:38The income of our money is the rise.
01:45a
01:54foreign
01:55foreign
01:55foreign
02:24We also want to move in complex states
02:26That's the story of N'Diwood, I said,
02:30A person who gave him an issue in the government!
02:33That's how a job should be in the government.
02:35When the government is in the government,
Comments

Recommended