Skip to playerSkip to main content
  • 2 days ago
যোৰহাট : সাত দিনৰ পূৰ্বে বোকাখাতৰ লহৰে চাপৰিত নাহফুটুকীৰ আক্ৰমণত আহত হৈছিল চাৰিজনকৈ লোক ৷ ইয়াৰে অশ্বিনী পেগু নামৰ লোকজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷ আহতসকলৰ ভিতৰত আছিল অশ্বিনী পেগু, হেমপ্ৰসাদ কামান, দেৱৰঞ্জন কামান আৰু মেনি পাৱয়ে ৷ আহত আটাইকেইজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ মঙলবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ বাঘৰ আক্ৰমণত আহতসকলৰ খৰব ল'লে মন্ত্ৰী অতুল বৰাই ৷

Category

🗞
News
Transcript
00:00I
Comments

Recommended