নগাঁও : নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত প্ৰায় ৮০ বছৰীয়া পুৰণি পঞ্চমুখী হনুমান মন্দিৰ এতিয়া এক আকৰ্ষণীয় পৰ্যটনস্থলীলৈ পৰিণত হৈছে ৷ এএছটিচিৰ সমীপৰ কলঙৰ পাৰত অৱস্থিত পঞ্চমুখী হনুমান মন্দিৰত এতিয়া ভক্তৰ ভিৰ দেখা গৈছে ৷ এসময়ত য'ত নিস্তব্ধতা আৰু ভক্তই কমকৈ দৰ্শন কৰিছিল মন্দিৰটো, সেই মন্দিৰ প্ৰাংগনত এতিয়া বান্দৰৰ এটা বিশাল জাকৰ আগমনে বৃদ্ধি কৰিছে ভক্তৰ ভিৰ । আনকি উপস্থিত ভক্তসকলৰ দৃষ্টিও আকৰ্ষণ কৰিছে বান্দৰৰ জাকে । হনুমান ভক্তসকলৰ মাজত এই বান্দৰৰ আগমনক বহুতে হনুমানৰ আশীৰ্বাদ বুলি গণ্য কৰিছে ।
Transcript
00:00foreign
00:12foreign
00:32foreign
00:36foreign
01:02foreign
Comments