Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
7 weeks ago
মাজুলী: মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ সপোন মাজুলী-যোৰহাট সংযোগী দলং । এই দলঙৰ কাম এবছৰৰো অধিক সময় বন্ধ হৈ থকাৰ পিছত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল । এয়া মাজুলীবাসীৰ বাবে এক আশাব্যঞ্জক খবৰ । এই দলঙৰ কাম সম্পূৰ্ণ নহওঁতেই দলং নিৰ্মাণত পুনৰ পোহৰলৈ আহিছে চৰম বিসংগতি আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ বৃহৎ ফাঁকি । আশ্চৰ্যজনকভাৱে এইবাৰো দলঙখনৰ সেই ৮ নম্বৰ খুঁটাতে দেখা দিছে ত্ৰুটি । উল্লেখ্য যে, ইয়াৰ পূৰ্বে পূৰ্বৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ দিনতো এই একেটা খুঁটাতে ভয়ংকৰ বিসংগতি ধৰা পৰিছিল । সেইবাবে প্ৰায় ছমাহ পৰ্যন্ত বন্ধ ৰাখিবলগীয়া হৈছিল দলঙৰ নিৰ্মাণ কাৰ্য । পুনৰ একেই ৮ নম্বৰ খুঁটাত সংঘটিত হৈছে বিসংগতি । দলঙৰ খুঁটাৰ গাৰ্ড ঢালাই কৰাৰ পাছত ফৰ্মা খোলাৰ লগে লগেই নিৰ্মাণ কাৰ্যৰ আচল স্বৰূপ ওলাই পৰে । সমগ্ৰ ঘটনা গাপ দিবলৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে যুদ্ধকালীন তৎপৰতাৰে তাত টাপলি মৰাৰ অপচেষ্টা চলায় । ঘটনাস্থলীত সংবাদ মাধ্যমৰ প্ৰতিনিধি উপস্থিত হোৱাৰ লগে লগেই দায়িত্বত থকা কৰ্মচাৰী আৰু শ্ৰমিকসকল তাৰ পৰা আঁতৰি যায় । লগতে পঢ়ক:১৪.৫ কোটি টকা ব্যয়েৰে নিৰ্মিত মথাউৰিত ভয়াবহ খহনীয়াপ্ৰশাসনৰ ওপৰত আস্থা হেৰুৱাই মাজুলীত খহনীয়া ৰোধৰ বাবে আগবঢ়ালে ভোগ
Category
🗞
News
Transcript
Display full video transcript
00:00
Thank you for joining us.
Show less
Comments
Add your comment
Recommended
1:57
|
Up next
চিকিৎসালয়ত মাতৃক আহাৰ দিবলৈ যাওঁতে পথ দুৰ্ঘটনাত পুত্ৰ-বোৱাৰী নিহত
ETVBHARAT
1 week ago
1:44
বনকৰ্মী-যুৱকৰ মাৰপিট, কচুৱাত তীব্ৰ উত্তেজনা
ETVBHARAT
2 weeks ago
1:42
জোনাইৰ অসম-অৰুণাচল সীমান্তত পথ দুৰ্ঘটনাত নিহত এজন
ETVBHARAT
4 weeks ago
4:44
অগপৰ কাৰ্যালয়ত ওলমিল প্ৰকাণ্ড তলা, বাহিৰ নেতা-কৰ্মীৰ প্ৰতিবাদ
ETVBHARAT
7 weeks ago
1:41
বহিঃৰাজ্যত মৃত্যু গোলাঘাটৰ যুৱক, অসহায় পিতৃ-মাতৃৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰী-বিধায়কলৈ...
ETVBHARAT
2 months ago
2:18
যিকোনো মুহূৰ্তত কলগাছিয়াত চলিব বুলডজাৰ, সাজু প্ৰশাসন
ETVBHARAT
2 months ago
3:01
অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈয়ে বৰপেটা সত্ৰৰ আশীষ ল’লে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে
ETVBHARAT
2 months ago
2:33
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এক্সন মুডত অসম আৰক্ষী
ETVBHARAT
2 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
3 months ago
2:48
বিজ্ঞান শাখাত ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণৰে উজলিল সৰুপথাৰৰ চৰকাৰী খণ্ডৰ বিদ্যালয়
ETVBHARAT
4 months ago
3:04
চোতালত খেলি থকা শিশুৰ ওপৰত পৰিল বিদ্যুতৰ খুঁটা, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় লোক
ETVBHARAT
4 months ago
1:36
সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ এটি শিশু
ETVBHARAT
4 months ago
2:19
২.৩ কোটি মূল্যৰ হেৰ’ইনসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী
ETVBHARAT
4 months ago
3:43
জীৱিত শিশুক মৃত ঘোষণা কৰাক কেন্দ্ৰ কৰি কলিয়াবৰত উত্তপ্ত পৰিস্থিতি
ETVBHARAT
4 months ago
2:34
পাগলাদিয়া নৈত গা ধুবলৈ গৈ ভাতৃ-ভগ্নীসহ তিনিগৰাকীৰ মৃত্যু
ETVBHARAT
4 months ago
2:10
৩৪২ বছৰীয়া পৰম্পৰাৰে বিশ্বনাথত গোসাঁই বিহু পালন
ETVBHARAT
4 months ago
1:43
পহিলা ব'হাগতে মাইবাং বজাৰত ভয়ংকৰ অগ্নিকাণ্ড, কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত
ETVBHARAT
4 months ago
2:57
মাহ-হালধিৰে গৰু গা ধুৱাই আনন্দত মতলীয়া মন্ত্ৰী অতুল বৰা
ETVBHARAT
4 months ago
2:23
অসমীয়া বিষয়ত ১০০ নম্বৰ; সংখ্যালঘু অঞ্চলত আকৰ্ষণীয় ফলাফল
ETVBHARAT
4 months ago
1:58
৮৩.৭৬ শতাংশ ভোটদানেৰে মাজুলীত শান্তিপূৰ্ণভাবে সম্পন্ন ভোটগ্ৰহণ
ETVBHARAT
4 months ago
2:11
আচৰণ বিধি উলংঘা কৰি কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰত নামিল শিক্ষক
ETVBHARAT
4 months ago
5:11
জোনাইত নিশা কংগ্ৰেছ কৰ্মীৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ
ETVBHARAT
4 months ago
3:23
অসমৰ খিলঞ্জীয়াক আগ্ৰাসনৰ পৰা সুৰক্ষা, সৰ্বাংগীন বিকাশ আমাৰ লক্ষ্য : জয়ন্ত মল্লবৰুৱা
ETVBHARAT
5 months ago
4:20
মিষ্টাৰ কটেম বডী বিল্ডিং প্ৰতিযোগিতাৰ খিতাপ মাজুলীৰ যুৱকৰ
ETVBHARAT
2 years ago
0:30
ಇಂದಿರಾ ಕ್ಯಾಂಟೀನ್ಗಳ ಮೇಲೆ ಆಹಾರ ಸುರಕ್ಷತಾ ಇಲಾಖೆ ದಾಳಿ : ಕೆಲವೆಡೆ ನಿಯಮ ಉಲ್ಲಂಘನೆ ಪತ್ತೆ, ಗೋದಾಮಿಗೆ ಬೀಗ
ETVBHARAT
15 minutes ago
Comments