Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
শিলচৰত হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'ত; লক্ষাধিক জনতাৰ মাজতো মুখ্যমন্ত্ৰীয়ে উঠিলে চেল্ফী
4 months ago
শিলচৰ : শিলচৰ চহৰৰ ৰাজপথত সমবেত লক্ষাধিক জনতাৰ মাজত শুনিবলৈ পোৱা গ'ল 'মামা,মামা' । শুকুৰবাৰে দলীয় কৰ্মী-সমৰ্থকৰ উপস্থিতিত শিলচৰত ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সন্ধিয়া ৬:৩০ বজাত শিলচৰৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ৰ ওচৰৰ ইটাখোলা খেলপথাৰৰ পৰা এই ৰোড শ্ব' আৰম্ভ হয় ।শিলচৰৰ বিজেপি প্ৰাৰ্থী ডাঃ ৰাজদ্বীপ ৰয়, উধাৰবন্দ বিধানসভা সমষ্টিৰ ৰাজদ্বীপ গোৱালা আৰু লক্ষীপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী কৌশিক ৰায়ক লগতে লৈ এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।শিলচৰ চহৰৰ ইটাখোলা পইণ্টৰ পৰা ৰাঙ্গিৰখাড়ীলৈকে পথৰ দুয়োকাষে কেৱল জনতাৰ ভিৰ । নিশা ৮:৪৫ বজালৈকে মুখ্য়মন্ত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইয়াৰ মাজতে মুখ্য়মন্ত্ৰীৰ সৈতে চেল্ফী তুলিবলৈ হেতাওপৰা সমৰ্থকৰ। ইয়াৰ পূৰ্বে শুকুৰবাৰে পুৱা মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাৰ বিজেপি প্ৰাৰ্থীসকলৰ হৈ বিভিন্ন ঠাইত নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে । প্ৰথমে ১২১ নং হাইলাকান্দি বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মিলন দাসৰ জনসভাত অংশগ্ৰহণ কৰে । তাৰ পিছত কাছাৰ জিলাৰ ১২০ নং ধলাই বিধানসভা সমষ্টিৰ অন্তৰ্গত পালংঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশ লয় । তদুপৰি ১২১ নং কাটিগড়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্থ আৰু ১১৭ নং বৰখলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী কিশোৰ নাথৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ।লগতে পঢ়ক:এন ডি এ প্ৰাৰ্থীৰ সমৰ্থনত গুৱাহাটীত বিশাল ৰোড শ্ব' অমিত শ্বাহৰপ্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে মঙলদৈত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা
Category
🗞
News
Transcript
Display full video transcript
00:02
What's up?
00:30
What do you want to do next?
02:00
I don't know, I don't know
03:00
I'm not going to be a person.
03:02
I'm not going to be a person.
03:03
I'm not going to be a person.
Show less
Comments
Add your comment
Recommended
1:44
|
Up next
বনকৰ্মী-যুৱকৰ মাৰপিট, কচুৱাত তীব্ৰ উত্তেজনা
ETVBHARAT
18 hours ago
2:21
২০২০ চনতে নিৰ্মাণ হ'ল কিন্তু নেঘেৰিটিঙত আজিলৈ কাৰ্যক্ষম নহ'ল স্বাস্থ্যকেন্দ্ৰ
ETVBHARAT
3 weeks ago
2:13
মৃদুমুদ্ৰাৰ মৃত্যুত শোকাস্তব্ধ গংগাপুৰ: কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান আছুৰ
ETVBHARAT
4 weeks ago
4:44
অগপৰ কাৰ্যালয়ত ওলমিল প্ৰকাণ্ড তলা, বাহিৰ নেতা-কৰ্মীৰ প্ৰতিবাদ
ETVBHARAT
5 weeks ago
1:55
মাজুলী-যোৰহাট সংযোগী দলঙৰ ৮ নম্বৰ খুঁটাত পুনৰ বিসংগতি
ETVBHARAT
6 weeks ago
3:29
'ప్రసాదరెడ్డిని తక్షణం సస్పెండ్ చేయండి' - ప్రభుత్వానికి విజిలెన్స్ విభాగం సిఫారసు
ETVBHARAT
2 hours ago
1:51
प्रभारी मंत्री का विपक्ष पर हमला; कहा- छात्रों के नाम पर हुई राजनीति, PM ने बनाया सख्त कानून
ETVBHARAT
2 hours ago
1:05
જૂનાગઢમાં એક અઠવાડિયામાં બીજી વખત ઓડિશાથી પોસ્ટમાં આવેલો 5.36 કિલો ગાંજો પકડાયો
ETVBHARAT
2 hours ago
3:07
જૂનાગઢમાં વિદેશ અભ્યાસના નામે 70 લાખની છેતરપિંડી: ઓસ્ટ્રેલિયા સ્ટુડન્ટ વિઝાના એજન્ટ સામે પોલીસ ફરિયાદ
ETVBHARAT
3 hours ago
1:41
বহিঃৰাজ্যত মৃত্যু গোলাঘাটৰ যুৱক, অসহায় পিতৃ-মাতৃৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰী-বিধায়কলৈ...
ETVBHARAT
6 weeks ago
2:18
যিকোনো মুহূৰ্তত কলগাছিয়াত চলিব বুলডজাৰ, সাজু প্ৰশাসন
ETVBHARAT
6 weeks ago
2:28
লম্বিত ক'লৈ গ'ল ? ৰে'ল বিভাগৰ কৰ্মচাৰী সন্ধানহীন
ETVBHARAT
7 weeks ago
3:04
আঠুকাঢ়ি সেৱা লৈ সমষ্টিৰ ৰাইজৰ পৰা আশীৰ্বাদ ল'লে মন্ত্ৰী বিমল বড়াই
ETVBHARAT
7 weeks ago
3:01
অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈয়ে বৰপেটা সত্ৰৰ আশীষ ল’লে মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰে
ETVBHARAT
7 weeks ago
3:50
১৪.৫ কোটি টকা ব্যয়েৰে নিৰ্মিত মথাউৰিত ভয়াবহ খহনীয়া
ETVBHARAT
2 months ago
4:52
উত্তৰ প্ৰদেশলৈ প্ৰেৰণৰ বাবে সাজু কৰোতেই ট্ৰাকসহ ৮২৫ টা চুৰি বেটাৰী জব্দ
ETVBHARAT
2 months ago
2:02
কলগাছিয়া অসামৰিক চিকিৎসালয়ত ৰোগী-ৰাইজে পাব বিশুদ্ধ খোৱা পানী
ETVBHARAT
2 months ago
2:33
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে এক্সন মুডত অসম আৰক্ষী
ETVBHARAT
2 months ago
2:20
শিৱসাগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ মাতৃৰ মৰণোত্তৰ চকু দান
ETVBHARAT
2 months ago
0:53
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক
ETVBHARAT
2 months ago
1:35
ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন
ETVBHARAT
3 months ago
4:58
পাঁচ সহস্ৰাধিক ঢুলীয়া-নাচনীৰ বিহু নৃত্য প্ৰদৰ্শন
ETVBHARAT
3 months ago
2:48
বিজ্ঞান শাখাত ১০০ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণৰে উজলিল সৰুপথাৰৰ চৰকাৰী খণ্ডৰ বিদ্যালয়
ETVBHARAT
3 months ago
3:04
চোতালত খেলি থকা শিশুৰ ওপৰত পৰিল বিদ্যুতৰ খুঁটা, বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ স্থানীয় লোক
ETVBHARAT
3 months ago
4:39
মৰিগাঁৱত বসন্ত উৎসৱত কবিতা পুথি উন্মোচন
ETVBHARAT
3 months ago
Comments