Skip to playerSkip to main content
  • 16 minutes ago
জোনাই: ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৯ আগষ্টৰ পৰা ১৭ আগষ্টলৈ দেশজুৰি 'হৰ ঘৰ ত্ৰিৰংগা' অভিযান আৰম্ভ হৈছে । এই উদ্দেশ্যৰে দেশৰ লগতে অসমৰ প্ৰতিখন জিলাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে জোনাই সমজিলা প্ৰশাসনৰ উদ্যোগত জিলা ক্ৰীড়া কাৰ্যালয় ধেমাজিৰ সহযোগত মঙলবাৰে ত্ৰিৰংগা ৱাকাথনৰ আয়োজন কৰা হয় ।  সমজিলা আয়ুক্তৰ কাৰ্যালয় চৌহদৰ পৰা জোনাইৰ সম-জিলা আয়ুক্ত জয়ন্ত চৰণে ত্ৰিৰংগা ৱাকাথনৰ ৱাকথন ফ্লেগ অফ কৰে । ৱাকাথনৰ পিছতে কাৰ্যালয় চৌহদ আৰু ইয়াৰ আশে-পাশে সম জিলা আয়ুক্তৰ কাৰ্যালয় জোনাইৰ দ্বাৰা স্বেচ্ছামূলক শ্ৰামদান অনুষ্ঠিত কৰা হয় । এই পদক্ষেপৰ লক্ষ্য আছিল নাগৰিকসকলৰ মাজত স্বেচ্ছাসেৱী সেৱা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সামূহিক দায়বদ্ধতাৰ মনোভাৱ প্ৰসাৰিত কৰা ।  উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি জোনাই সমজিলা আয়ুক্তই কয়,"এই দিনটোত আমি ত্ৰিৰংগা ৱাকাথন আয়োজন কৰিছোঁ । গোটেই চহৰখনত শোভাযাত্ৰা কৰিছোঁ । যি ত্ৰিৰংগা ৱাকাথন আয়োজন কৰিছোঁ, তাৰ মূল উদ্দেশ্য হৈছে ত্ৰিৰংগাৰ মূল্য কি সেয়া বুজি পাই ।"লগতে পঢ়ক: কাছাৰত ১৩ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ, ১ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ - কাছাৰৰ বদৰপুৰপেঞ্চনৰ ধনেৰে নাজিৰাৰ ১০০টা পৰিয়াললৈ সাহায্য ৰিপুন বৰাৰ - FORMER MP RIPUN BORA

Category

🗞
News
Transcript
00:00Today, we organized our work-on-one.
00:05We have already been flagged up.
00:08We have been around town and we have organized our work-on-one.
00:17The main purpose is to build our work-on-one.
00:29Some of our students have built the meaning of the meaning.
00:34We have a different schedule of the work-on-one.
00:40The full-on-one is required.
00:41We have to make this work-on-one.
01:28Thank you very much.
01:29Thank you very much.
Comments

Recommended