Skip to playerSkip to main content
  • 17 minutes ago
চামগুৰি : নিজ সমষ্টিৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আহি মন্ত্ৰী কেশৱ মহন্তৰ খং উঠিল । দেওবাৰে চামগুৰিৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰ সমষ্টিৰ ভোমোৰাগুৰিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকী উপস্থিত হৈছিল । বান পৰিস্থিতিৰ বুজ ল’বলৈ গৈ মন্ত্ৰী কেশৱ মহন্তই বান সাহাৰ্য আৰু চৰকাৰী ব্যৱস্থা সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ সময়ত অস্বস্তিত পৰে ।সেই সময়তেই বানাক্ৰান্তই সাহাৰ্য নোপোৱা বুলি সাংবাদিকে অভিযোগ উত্থাপন কৰাত সাংবাদিকগৰাকীৰ লগত মন্ত্ৰীৰ কথাৰ কটাকটি হয় । পৰ্যাপ্ত পৰিমাণে বান সাহাৰ্য নোপোৱা বুলি বানাক্ৰান্ত ৰাইজে কৰা অভিযোগক লৈ সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হোৱাত মন্ত্ৰীগৰাকী অগ্নিশৰ্মা হৈ পৰে ।উত্থাপিত অভিযোগ খণ্ডন কৰিবলৈ গৈ সাংবাদিকৰ সৈতে একেলগে উপস্থিত হৈ এই সম্পৰ্কে বানাক্ৰান্তক প্ৰশ্ন কৰে । মহিলাগৰাকীৰ ঘৰত বানপানী নুঠা সত্বেও এইদৰে অভিযোগ উত্থাপন কৰাত মন্ত্ৰীগৰাকীয়ে কেমেৰাৰ সন্মুখতেই বিষয়টো স্পষ্ট কৰি দিয়ে । অৱশেষত মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজে পৰ্যাপ্ত পৰিমাণে বান সাহাৰ্য লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে ।লগতে পঢ়ক:ৰাজ্যত অব্যাহত বানৰ সংহাৰ; শতকৰ ঘৰ অতিক্ৰম কৰিলে মৃতকৰ সংখ্যাই, ১.৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্তভয়াৱহ বান পৰিস্থিতিৰ মাজতে অভাৱনীয়ভাৱে বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম

Category

🗞
News
Transcript
00:00My house is not me, I was not alone.
00:04No no no, I have not been alone, I have never been alone.
00:08No, how are you, I am your husband, I am my husband.
00:11I am your husband.
00:12I am not alone.
00:12Go to my house.
00:15Do I have to stop there?
00:21No you don't.
00:25Hey Roman, Roman.
00:47Through theesis of the Abilene vasator, the
00:491971, this model looks really pretty same as
00:55I don't know the impaling part of this
00:56yeah
00:59yes
01:00as you can better
01:03perform
01:05perform
01:06perform
01:06perform
01:06perform
01:06perform
01:06perform
01:07perform
01:07perform
01:07But never since we've had the incident before.
01:12And then the family and now we have 31 houses where the house is built so we can be able
01:18to have this.
01:18Because it came from the same direction.
01:21I've been able to have 31 houses.
01:25There are no houses I've got.
01:29It's not here.
01:30There are no houses in here.
01:32It's an easy way to live.
01:36I'm going to take a look at it.
01:38I'm going to take a look.
01:39I'm going to take a look.
Comments

Recommended