Skip to playerSkip to main content
  • 16 minutes ago
জোনাই : জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত চিমেন চাপৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বুঢ়ীমুৰী বড়ো আৰু মাছখোৱা গাঁৱত অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা চেৰেন নদীৰ বাঢ়নি পানীয়ে শতাধিক পৰিয়ালক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে । মাছখোৱা আৰু বুঢ়ীমুৰী অঞ্চলৰ শতাধিক পৰিয়াল আজি প্ৰায় এমাহ ধৰি পানীৰ কৱলত । ইফালে বহু পৰিয়ালৰ শস্য পথাৰ, ঘৰ-দুৱাৰ বুৰাই পেলাইছে নদীখনৰ বানে ।  এজন স্থানীয় বানাক্ৰান্ত লোকে জানিবলৈ দিয়া মতে, "চেৰেন নদীৰ মথাউৰিটোৰ প্ৰায় ৪ কিলোমিটাৰৰ ভিতৰত কেইবাটাও অংশত ভাঙি যোৱাত এতিয়া নদীয়েদি বৈ যাবলগীয়া পানী মাছখোৱা আৰু বুঢ়ীমুৰী অঞ্চলত সোমাই দুমাহ ধৰি জলমগ্ন হৈ আছে । অকণমান বৰষুণতে এই দুখন গাঁও চেৰেন নদীৰ পানীয়ে বুৰাই পেলায় । এতিয়া আমি থাকিম ক'ত, খাম ক'ত । চৰকাৰলৈ এটাই আহ্বান যে চেৰেন নদীয়ে ভাঙি দিয়া মথাউৰিটো পৰিদৰ্শন কৰি শীঘ্ৰে মেৰামতি কৰি আমাৰ জীৱন-সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰক ।"  আন এগৰাকী বানাক্ৰান্ত মহিলাই কয়, "আমাৰ চিমেন চাপৰিৰ মাছখোৱা আৰু বঢ়ীমুৰী অঞ্চলত আজি বহুদিনৰ পৰা বানপানী হৈ আছে । কিন্তু চৰকাৰ প্ৰশাসনে আমাক গুৰুত্ব প্ৰদান কৰা নাই । মাত্ৰ আমি তিনিটা দিন বান শিবিৰত থাকোতে প্ৰশাসনৰ ফালৰ পৰা কিছু বান সাহায্য প্ৰদান কৰিছিল । কিন্তু আজি প্ৰায় দুমাহ ধৰি জলমগ্ন হৈ আছে ।"লগতে পঢ়ক :লখিমপুৰ নগৰৰ ৰক্ষাকৱচত আঘাত: ৰঙানৈয়ে সৃষ্টি কৰিব পাৰে ভয়ংকৰ দুৰ্যোগ

Category

🗞
News
Transcript
00:00We get to get the other ones from Kalamita.
00:05These are three kilometers and three kilometers.
00:11Let's make a building and find a building.
00:16We are all in the building.
00:200-0.
00:21Over here are many places,
00:22there are many places in the city.
00:26There are many places,
00:34they are out there.
00:37They are gone,
00:42so they are coming.
01:11Do you know the hogs were
01:13Should I talk with you month later?
01:19I say best in my England family.
01:26When my granny was born there, and she stopped homeland,
01:32.
01:34.
01:40That is a very difficult thing aboutyan hunters.
01:44We have to sit down with a lot of people.
01:47Also, we want to sit down with some people on our hughal janitor.
01:54We have to sit down with some people.
01:56We have to sit down with some people who are also in our hughal janitor.
02:01We will do it by ourselves.
02:03I have been feeling very much for a while.
02:07I have been wanting to die on a call to Phalova and I am not a thing even before, but
02:13my friends
02:13don't want to come to the house or to live in the house.
02:14I have been trying to meet a lot about my homes.
02:18Even if I live in the house there is a life to live in the house.
02:21I have no information of that.
02:23We have no information about this.
02:26You can also see it in some places.
02:29We have no路 to go to school.
02:34We have no work of that.
02:36We can also see it in the future.
02:37If we have a new family,
02:37For old ones in the election,
02:40we can also see it in the years
02:41that the ones we have in school
02:45We are getting more people to school, to school, to school, to learn how to learn.
02:50We are also getting more people to learn how to learn.
02:53There are many people who are learning how to learn how to learn.
Comments

Recommended