Skip to playerSkip to main content
  • 10 hours ago
বঙাইগাঁও : উত্তৰ শালমাৰাৰ ব্যৱসায়ী আব্দুল মতিন শ্বেখে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত লোকসকলক প্ৰায় ৬৫ হাজাৰ টকাৰ নতুন বস্ত্ৰ যোগানৰ ব্যৱস্থা কৰিছে ৷মানৱতাৰ স্বাৰ্থত আগবঢ়োৱা এই সাহায্য সামগ্ৰীখিনি বানপীড়িত লোকসকলৰ মাজত বিতৰণৰ বাবে শ্বেখে বঙাইগাঁও আছু আৰু প্ৰেছ ক্লাবৰ হাতত বস্ত্ৰখিনি অৰ্পণ কৰে ৷আব্দুল মতিন শ্বেখে কয়, "দুৰ্যোগৰ সময়ত জাতি-ধৰ্ম-বৰ্ণৰ ঊৰ্ধ্বত উঠি অসহায় মানুহৰ কাষত থিয় দিয়াটোৱেই সকলোৰে নৈতিক দায়িত্ব ।" সমাজৰ প্ৰতিজন সক্ষম ব্যক্তি আৰু ব্যৱসায়ীক নিজৰ সামৰ্থ অনুসৰি বানপীড়িত লোকসকলক সহায় কৰিবলৈও তেওঁ আহ্বান জনায় ।উল্লেখ্য যে, ৰাজ্যত বানত এই পৰ্যন্ত ৮৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭খন জিলাৰ ১.২৮ লাখৰো অধিক লোক বৰ্তমানো বানৰ কৱলত পৰিছে ৷লগতে পঢ়ক : আজি আহি আছে নাড্ডা, বানৰ উহ বিচাৰি যাব অৰুণাচল-নাগালেণ্ডলৈও : মৃতকৰ সংখ্যা ৮৭ জনলৈ বৃদ্ধি

Category

🗞
News
Transcript
00:00This is the Salvadoran area.
00:06This area is located in the Myrata area.
00:19I've started a long time ago, and had just arrived at the Bus.
00:24a
00:26a
00:26a
00:27a
00:27a
00:27a
00:35a
00:35a
00:36a
00:36a
00:36a
00:38a
00:40a
00:40a
00:40a
00:41a
00:41a
00:42a
00:42a
00:44a
00:45a
00:54a
00:56a
00:57a
00:57a
00:57a
00:57a
00:57a
00:57a
00:58a
00:58a
00:59a
00:59a
00:59a
00:59a
00:59a
01:00a
01:00a
01:01a
01:01a
01:01a
01:01a
01:01a
01:01a
01:01a
01:02a
Comments

Recommended