Skip to playerSkip to main content
  • 9 hours ago
ডিব্ৰুগড় : খোৱাঙত বনৰীয়া ম'হৰ সন্ত্ৰাস ৷ পথাৰত কৃষি কাৰ্যত ব্যস্ত থকা দুই কৃষকক আক্ৰমণ বনৰীয়া ম'হৰ ৷ ফলত খোৱাং নহাজাৰ ন-গাঁ‌ৱৰ ভৰত শইকীয়া আৰু শৰৎ শইকীয়া নামৰ লোক দুজন গুৰুতৰভাবে আহত হৈছে । আহত দুয়োজনকে ততাতয়াকৈ তিলৈৰ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত খোৱাং আঞ্চলিকৰ বনকৰ্মীৰ দল উপস্থিত হৈ ম'হটো বনাঞ্চললৈ খেদাৰ চেষ্টা কৰে যদিও সফল নোহোৱাত, ম'হটো খেদিবলৈ বনকৰ্মীয়ে ৭ জাইকৈ শূণ্যলৈ গুলী চালনা কৰিবলগীয়া হয় ৷ বনকৰ্ময়ে গুলী ফুটাই ম'হ খেলিবলৈ চেষ্টা কৰিছে যদিও ম'হটো বৰ্তমানে পথাৰৰ মাজতে আশ্ৰয় লোৱাত শংকিত হৈ পৰিছে ৰাইজ । ম'হটোৱে ভূই ৰোৱা পথাৰত দৌৰি ফুৰাত যথেষ্ট খেতি নষ্ট হোৱা বুলি জানিবলৈ দিছে স্থানীয় লোকে ।আহত এগৰাকী ব্যক্তিয়ে কয়,"বনৰীয়া ম'হ ওলোৱা খবৰটো ৰুৱনীসকল দিয়াৰ উদ্দেশ্যেৰে পথাৰলৈ গৈছিলো ৷ তেনেতে হঠাৎ ম'হটোৱে আহি আমাক আক্ৰমণ কৰে ৷ মানুহ দেখিলে খেদা মাৰি আহে ম'হটোৱে ৷"লগতে পঢ়ক: হাতী-মানুহ সংঘাত ৰোধৰ ক্ষেত্ৰত লক্ষীপুৰৰ মডেল : ৰাজ্যৰ বাবে এক নতুন আশা

Category

🗞
News
Transcript
00:00He's been getting a photo of my wife as well.
00:06But I know that I'm very concerned about my wife.
00:09I've been looking for a couple of years.
00:10What's the name of my wife?
00:11My wife is a small.
00:13I've been hearing this.
00:16I've been looking for a couple of years.
00:17I've been seeing a lot of medical work.
00:19I've been looking for a couple of years.
00:20How are you doing?
00:21I've been looking for a couple of years.
00:26I've been looking for a couple of years.
00:29I was able to do this photo, and the reason I was working on the building, I was able to
00:37do this.
00:39I was able to do this again.
00:42I was able to do this and do this.
00:50I would like to see the people outside.
01:28Oh
01:29Let's go, let's go, let's go, let's go.
Comments

Recommended