Skip to playerSkip to main content
  • 5 weeks ago
ধুবুৰী : ১ টকা বুলিলে কোনেও গুৰুত্ব নিদিয়ে ৷ কিন্তু ১ টকাতে মাছৰ জুতিৰে এসাঁজ ভাত খাবলৈ পাব বুলি যদিও কও আপুনি বিশ্বাস নকৰিব? কিন্তু স্বেচ্ছাসেৱী সংগঠন 'কল্পজ্যোতি ফাউণ্ডেশ্যনে ধুবুৰীত ১ টকাতে দৰিদ্ৰলোকক এসাঁজ দুপৰীয়াৰ আহাৰ যোগান ধৰিব ৷ স্বেচ্ছাসেৱী সংগঠনটোৰ ষষ্ঠ‌ প্ৰতিষ্ঠা দিৱস উপলক্ষে শনিবাৰে 'মা শাৰদা ৰান্নাঘৰ' নামেৰে ধুবুৰীত ১ টকাত দৰিদ্ৰ লোকক যোগান ধৰি দুপৰীয়াৰ আহাৰ।ধুবুৰী ছোৱালী মহাবিদ্যালৰ কাষতে 'মা শাৰদা ৰান্নাঘৰ' নামেৰে ১ টকাত দৰিদ্ৰ লোকক দুপৰীয়াৰ আহাৰ যোগান ধৰা হ'ব বুলি জানিবলৈ দিছে স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি শ্বায়ন সাহাই ৷ তেওঁ কয়,"২৮ জুনত ধুবুৰী টাউন হোটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া কল্পজ্যোতি ফাউণ্ডেশ্যনৰ ষষ্ঠ‌ প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিবলৈ প্ৰস্তুতি লোৱা হৈছে ৷"শনিবাৰে গৌৰীপুৰ স্বামী বিবেকানন্দ প্ৰতিমূৰ্তিৰ সন্মুখত কল্পজ্যোতি ফাউণ্ডেশ্যনৰ পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী আৰম্ভ কৰা হ'ব আৰু তেতিয়াই দুখীয়া লোকক ১ টকাত দুপৰীয়াৰ আহাৰ প্ৰদান কৰিব বুলি উল্লেখ কৰে ফাউণ্ডেশ্যনটোৰ কৰ্তৃপক্ষই ৷লগতে পঢ়ক : এখন দলঙৰ বাবে জনতা-জনপ্ৰতিনিধিৰ মাজত বিতৰ্ক

Category

🗞
News
Transcript
00:06my
00:07We are going to sleep a flight.
00:11I'm going toGroupram to go,
00:12and Wibakar 기억 are my age,
00:14and my car is very beautiful.
00:23My car is home with the boatload.
00:26But need to sleep,
00:26We are going to sleep every day,
00:28that I will sleep every day.
00:30We are going to sleep every morning,
00:30and if I have the sleep every day,
00:32If our friend wants to sleep,
00:32we will sleep every day.
00:35I will have lunch.
00:36I will have a full day for the foundation and volunteers.
00:43I will have a full day for the town hotel conference.
00:50It will be open to all.
00:53It will be open to all.
00:58It will be open to all.
01:00We will need the difference in the dignified food and nicotine store for the day.
01:05We will have a full day for the rest of the day.
01:12It will be open to all.
01:20The activity will be free for the host.
01:24.
01:24.
01:24.
01:24.
01:24.
01:24.
01:24.
01:24.
01:24.
01:24.
01:25.
Comments

Recommended