Skip to playerSkip to main content
  • 6 hours ago
ধেমাজি : শীঘ্ৰে ধেমাজি জিলাৰ লালুকীজানত নিৰ্মাণ হ'ব নতুন মথাউৰি । এই ঘোষণা ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । বৃহস্পতিবাৰে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।উল্লেখ্য যে শেহতীয়াকৈ ধেমাজি জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে । বানৰ লগতে জীয়াঢল নদীৰ খহনীয়াত প্ৰভাৱিত হৈছে কেইবাটাও অঞ্চল । জীয়াঢল গাঁও পঞ্চায়তৰ ধৰ্মপুৰ, কমলপুৰ, লালুকীজান, নেপালীগাঁৱকে ধৰি কেইবাখনো গাঁও বানৰ কবলত পৰিছে ৷ তাৰ মাজতে ডাঃ ৰণোজ পেগুৱে ধৰ্মপুৰস্থিত বান শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্তৰ খবৰ লয় । সমান্তৰালভাৱে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰতুৱা বেতনিশূলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে ৷ মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ অভিযন্তাসকলক তৎকালীনভাৱে ডিপিআৰ প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে ।পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে কয় "জীয়াঢল নদীখন সঘনাই গতি সলনি কৰা এখন নদী ৷ জীয়াঢল নদীৰ দুয়োপাৰে আমাৰ প্ৰায়খিনি মথাউৰি হৈ গৈছে ৷ ইয়াত যি ঠাইত ছিগিছে । কমলপুৰ বুলি কয় ৷ এই কমলপুৰৰ পৰা কেঁচা কাঠনিলৈ এটা প্ৰস্তাৱিত মথাউৰি যোৱাবাৰেই আয়োজন কৰিছোঁ । ইয়াত এটা মথাউৰি লাগে ৷ এই মথাউৰি নিৰ্মাণৰ পৰিকল্পনা প্ৰাককলন সকলো সম্পূৰ্ণ হ'ল ৷" বানপীড়িত অঞ্চল আৰু বান শিবিৰ পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ আৰু কেইবাগৰাকী চৰকাৰী বিষয়া-কৰ্মচৰী উপস্থিত থাকে ৷লগতে পঢ়ক :এটা মথাউৰিয়ে টোপনি হৰিছে চিচিবৰগাঁওবাসীৰ

Category

🗞
News
Transcript
00:00.
00:00.
00:00.
00:07This is the first time of the day of the day of the day of the day.
00:37It's like a
00:38moment you're gonna get
00:56Oh
01:09I am not sure what I am going to do, but I am not sure what I am going to
01:23do, but I am not sure what I am going to do.
01:27I am not sure what I am going to do, but I am not sure what I am going to
01:55do.
01:59I am not sure what I am going to do, but I am not sure what I am going to
02:06do.
02:06I am not sure what I am going to do.
Comments

Recommended