Skip to playerSkip to main content
  • 21 minutes ago
লাহৰীঘাট : এটাই শ্ৰেণীকোঠা, তাতে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান কৰা হয় ৷ ইফালে বিদ্যালয়খনত শিক্ষক মাত্ৰ দুজন, কিন্তু শিক্ষাৰ্থী আছে  ৪২ জন ৷ নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত শল'গুৰি ৰা-সূঁতি পাৰ প্ৰাথমিক বিদ্যালয়ৰ এই চৰম দুৰৱস্থা ৷ আন্তঃগাঁথনিৰ অভাৱত এটা শ্ৰেণীকোঠাতেই পাঁচটা শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান কৰিবলগীয়া হৈছে ।বিগত তিনি বছৰ এই ব্যৱস্থাৰে শিক্ষাদান চলি আছে বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষককে উল্লেখ কৰিছে ৷ লগতে প্ৰধান শিক্ষকজনে কয় যে, কৰ্তৃপক্ষক বিষয়টো অৱগত কৰিলে বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চৰকাৰে ধন মোকলাই দিয়া নাই বুলি উল্লেখ কৰে ৷ ইফালে বিদ্যালয়খনৰ পৰিৱেশ দেখি শিক্ষাৰ্থীৰ অভিভাৱক আৰু সচেতন লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কণ কণ শিশুৰ ভৱিষ্যতক লৈ চৰকাৰে যি নীতি লৈছে সেয়া গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰিছে স্থানীয় লোকে ৷লগতে পঢ়ক:গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে কলিয়াবৰৰ এক দম্পতীৰ বিশেষ প্ৰয়াস

Category

🗞
News
Transcript
00:00I have no room, but I don't have a little room.
00:02We have a building.
00:04We have a building where we have a building.
00:07We have a partitions.
00:11Do you have to know how to do this?
00:15Why do you do this?
00:17We have to do this.
00:19We have to do this.
00:20We have to do this.
00:23How many days did you do this?
00:25Do you have to do this?
00:26Hello?
00:27I was in government.
00:30How many years are youokayed?
00:33My question is,
00:33how many certain parts of the fedora are in её?
00:35Why do you do this?
00:36How did you do this as if you ruled the drained of the addressed challenge?
00:41Who turned into these?
00:43What do you had to do this cat?
00:48Yes, by the trick...
00:50In this cat a Black cat야 has become pregnant.
00:52I mean, how?
00:53What they take theisoQué?
00:54We have a pasta class.
00:56We have a pasta class.
Comments

Recommended