Skip to player
Skip to main content
Search
Connect
Watch fullscreen
Like
Share
Bookmark
More
Add to Playlist
Report
ETVBHARAT
Follow
বাঢ়িছে বন্যজীৱ-জন্তু, মানাহত ভিৰ কৰিছে পৰ্যটকে
5 weeks ago
বাক্সা: দেশী-বিদেশী পৰ্যটকেৰে ভৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান । বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা । যাৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা । মানাহৰ ভিতৰত এতিয়া মুক্তমনেৰে ঘূৰি ফুৰিছে গঁড়, হৰিণা, বনৰীয়া হাতী, বনৰীয়া ম’হ, ময়ুৰ পক্ষী, আপুৰুগীয়া ঘোং আদিয়ে । বন্য জীৱ-জন্তু দেখা পাই উৎফুল্লিত হৈ পৰিছে পৰ্যটকো । মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি গুৱাহাটীৰ পৰা অহা এগৰাকী পৰ্যটকে কয়,"গুৱাহাটীৰ পৰা আমি পাঁচজন আহিছোঁ । দেখি আমাৰ ভালেই লাগিল । আজি আমাৰেই সৌভাগ্য, বতৰো ভাল আছিল । মানাহ অভয়াৰণ্য আমি চালোঁ । জন্তুৰ ভিতৰত আমি গঁড় দেখিলোঁ, দুজাক বনৰীয়া হাতীৰ সন্মুখীন হ'লোঁ, মেথোন দেখিলোঁ, হৰিণা দেখিলোঁ, ময়ুৰ দেখিলোঁ, দুৰ্ভাগ্যবশতঃ বাঘ নেদেখিলোঁ । ভৱিষ্যতলৈ আমি আকৌ আহিম বুলি আশা কৰিলোঁ ।"লগতে পঢ়ক: বৃহস্পতিবাৰৰ পৰা অসম বিধানসভাৰ অধিৱেশনএ আইৰ দ্বাৰা জুবিন গাৰ্গৰ গীত বিকৃতিকৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া, তেজপুৰত এজাহাৰ দাখিল
Category
🗞
News
Transcript
Display full video transcript
00:25
I'll see you next time
Show less
Comments
Add your comment
Recommended
3:17
|
Up next
তিনিচুকীয়াত ওলাইছে লাখে লাখে টকা-সোণৰ অলংকাৰ: গ্ৰেপ্তাৰ ৩ সুদখোৰ
ETVBHARAT
20 hours ago
2:33
মৰিয়নীত অসম-নাগালেণ্ড সংযোগী পথ অবৰোধ আটছাৰ, সীমা সমস্যা সমাধানৰ দাবী
ETVBHARAT
2 days ago
1:40
নীপকোৰ জলবোমাত আতংকিত কামপুৰ-যমুনামুখবাসী, হোৰাহোৰে বাঢ়িছে কপিলীৰ জলস্তৰ
ETVBHARAT
3 days ago
3:56
প্ৰগতিৰ পথত আগবাঢ়িব লাগিব ধুবুৰী: গুৰুদ্বাৰত অভিভাৱক মন্ত্ৰী অশোক সিংহল
ETVBHARAT
2 weeks ago
1:18
ধুবুৰীত গো-মাংসৰ বিৰুদ্ধে অভিযান, চাৰিজনক আটক
ETVBHARAT
4 weeks ago
0:20
भूपेश बघेल का शिक्षा मंत्री गजेंद्र यादव पर हमला, कहा - सरकार और मंत्री अपनी जिम्मेदारी समझें
ETVBHARAT
2 hours ago
0:53
फायर सेफ्टी नहीं, तो फैक्ट्री भी नहीं, लखनऊ अग्निकांड के बाद इंदौर में 70 से ज्यादा फैक्ट्री सील
ETVBHARAT
2 hours ago
0:35
संभल के कसेरवा में मुस्तफा कादरी मस्जिद पर चला बुलडोज़र
ETVBHARAT
2 hours ago
5:19
आपातकाल के 51 साल: 1975 में जेल गए लोगों ने सुनाई आपबीती, कहा- न मिलता था पर्याप्त खाना, न इलाज
ETVBHARAT
2 hours ago
3:56
ମୁଖ୍ୟମନ୍ତ୍ରୀ ମୋହନ ଚରଣ ମାଝୀଙ୍କୁ ଭେଟିଲେ କେନ୍ଦ୍ରମନ୍ତ୍ରୀ ରାମଦାସ ଆଠୱାଲେ
ETVBHARAT
9 hours ago
4:37
বিশ্বনাথত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআইএমৰ প্ৰতিবাদ
ETVBHARAT
5 weeks ago
6:04
বৃহত্তৰ উত্তৰ ধেমাজিয়ে লাভ কৰিলে এজন চিকিৎসক
ETVBHARAT
7 weeks ago
2:20
পৰ্বতঝোৰাত বন্যহস্তীয়ে নিদ্ৰা হৰিছে ৰাইজৰ, কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ !
ETVBHARAT
7 weeks ago
3:19
বিটিচিৰ আটাইকেইটা সমষ্টিতেই এনডিএৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত: মনেশ্বৰ ব্ৰহ্ম
ETVBHARAT
7 weeks ago
1:27
সপ্তমবাৰলৈ দুৰ্গ অক্ষত : হাঁহিমুখে সমৰ্থকৰ মাজত জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰী
ETVBHARAT
7 weeks ago
3:42
বিশ্ব প্ৰেছ স্বাধীনতা দিৱস; বাক স্বাধীনতা খৰ্ব হোৱাত ক্ষুব্ধ সংবাদকৰ্মী
ETVBHARAT
2 months ago
3:33
লখিমপুৰত গো-সন্মান দিৱসৰ সমদল; গো-হত্যা বন্ধৰ দাবী
ETVBHARAT
2 months ago
4:05
ভোটগণনাৰ পূৰ্বে গৌৰৱ গগৈক ৰাজ্যৰ মুখ্যমন্ত্ৰী পাতিলে সাংসদে !
ETVBHARAT
2 months ago
2:18
কংগ্ৰেছসহ বিৰোধীয়ে নাৰীক অপমান কৰিছে, নাৰীয়ে ৰাজনৈতিক সম অধিকাৰ পোৱাটো নিবিচাৰে : বিজেপি নেত্ৰী
ETVBHARAT
2 months ago
1:00
৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন
ETVBHARAT
2 months ago
3:44
জাত জাত হাইদাং হুঁচৰি নামেৰে মুখৰিত সোণোৱাল কছাৰী ৰাইজৰ চোতাল
ETVBHARAT
2 months ago
1:46
আজি গোঁসাই বিহু; অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন পীতাম্বৰ দেৱগোস্বামীৰ
ETVBHARAT
2 months ago
1:26
পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ হাতীচোং দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ
ETVBHARAT
2 months ago
2:03
বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে এইবাৰ ভোটদান কৰিছে: লুৰীণজ্যোতি গগৈয়ে
ETVBHARAT
3 months ago
1:48
দুই কন্যাৰ সৈতে বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ ভোটদান
ETVBHARAT
3 months ago
Comments