Skip to playerSkip to main content
  • 3 months ago
চতিয়া : জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰত দেওবাৰে বিহুৰ এক উলাহ-উদ্বীপনাময় পৰিৱেশ দেখা পোৱা গ’ল । অসমৰ মুকলি বিহুৰ অন্যতম কেন্দ্ৰবিন্দু হিচাপে পৰিচিত এই স্থানত দহ হাজাৰৰো অধিক লোকৰ উপস্থিতিত মুখৰিত হৈ পৰে আকাশ-বতাহ । বিয়লি ৫ বজাত বিশিষ্ট সমাজসেৱিকা ৰামেশ্বৰী হাজৰিকাই এই মুকলি বিহু প্ৰতিযোগিতাখন উদ্বোধন কৰে । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ২০টা বিহুৱা দলে ইয়াত অংশগ্ৰহণ কৰি একেলগে বিহু প্ৰদৰ্শন কৰে । ডেকাৰ ঢোলৰ ছেৱত নাচনীয়ে হালি-জালি প্ৰদৰ্শন কৰা বিহুৱে দৰ্শকক মন্ত্ৰমুগ্ধ কৰে । এই অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে সভাপতিত্ব কৰে আৰু মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অনিল শইকীয়া বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।প্ৰতিযোগিতাৰ ফলাফলবিয়লি অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ শেষত নিশা ফলাফলসমূহ ঘোষণা কৰা হয় । বঁটাপ্ৰাপকসকল হ’ল:শ্ৰেষ্ঠ বিহু দল: ভৰলী পৰীয়া বিহুৱা দল (জামুগুৰিহাট)।দ্বিতীয় শ্ৰেষ্ঠ দল: বিশ্বনাথ আঞ্চলিক বিহুৱা দল (বিশ্বনাথ চাৰিআলি)।তৃতীয় শ্ৰেষ্ঠ দল: মন ব’হাগী বিহুৱা দল (চাৰিদুৱাৰ)।শ্ৰেষ্ঠ বিহুৱা: লক্ষ্যজ্যোতি নাথ (ফ্ৰেণ্ডশ্বীপ ক্লাব)।শ্ৰেষ্ঠ পেঁপা বাদক: নপুৰ ডেকা (ৰূপজ্যোতি বিহুৱা দল)।শ্ৰেষ্ঠ ঢুলীয়া: মহেন্দ্ৰ মাঝি (লুইতপৰীয়া বিহুৱা দল)।বিহু কুঁৱৰী: ৰিম্পী (অগ্নিশিখা বিহুৱা দল)।ঐতিহ্যমণ্ডিত এই মুকলি বিহু উপভোগ কৰিবলৈ হাজাৰ হাজাৰ বিহুবলিয়া ৰাইজে নিশালৈকে বিহুতলীত ভিৰ কৰে ৷ লগতে পঢ়ক : ৭২ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন

Category

🗞
News
Transcript
00:25The
00:32This song is called Mono's, Mono's and the song is called Mono's.
00:38This song is called Mono's.
01:12Oh
01:23This is the most important thing to know about the people who are living in the world and the people
01:35who are living in the world and the people who are living in the world.
01:43my mama said that I got myself the only individual I wanted to my father
01:52and the other one I wanted to do those things
01:53because my father what happened to me was the same thing
01:56and she got myself the same thing
02:01and when she saw this movie I saw that movie
02:05and my father was so angry
02:09So, when it was used for 4 years, when you see a lot of the people can't even get the
02:19views.
02:20There are many superheroes, but when you see a doll, you look into a script, and there are a few
02:31examples.
02:32We spent a few weeks in the day, everyone had to be a little busy and have to employ a
02:40lot of our women.
02:40But people never walk away at night.
02:45Many people don't know who they are or whom they are.
02:51So, I don't understand that to be a person.
02:53They don't know who they are.
02:56They don't know who they are.
03:00They don't know who they are.
03:04They don't know who they are.
03:09I am not a human, I am a human, I am a human.
Comments

Recommended